শান্তি দিয়া, মুক্তি দিয়া  সােণৰ অসম ৰচিবলৈ সেউজ দিয়া

Zubin song

শান্তি দিয়া, মুক্তি দিয়া
সােণৰ অসম ৰচিবলৈ
সেউজ দিয়া, শস্য দিয়া
চিৰকাল ফুলিবলে
গুলী বাৰুদ, ধোঁৱা উৰুৱাই
নিৰপৰাধ শিশুক কন্দুৱাই ।
ঘৰে ঘৰে মৰম নচুৱাই
কিনাে পালা তুমি কিননা দিলা কোৱা
শান্তি দিয়া

সঁচা হােৱাৰ পথ চিৰ নতুন
সঁচা হােৱাৰ মন চিৰ তৰুণ
মৰমৰে পথাৰ বৰ বিশাল
সজাগ হােৱাৰ মন চিৰ নতুন
সজাগ হােৱাৰ মন চিৰ তৰুণ
চিন্তাৰ মাজেৰেই আহে জোৱাৰ
গুলীবাৰুদ…
শান্তি দিয়া….

কথা কোৱাৰ অধিকাৰ আমাৰ
নিজক চোৱাৰ অধিকাৰ আমাৰ
তেজৰ নৈ বােৱাই কিনাে পাম
নতুন গঢ়াৰ অধিকাৰ আমাৰ
চকু থাকিও কণা কিয় হম ?
শান্তিদিয়া… ||

Leave a Reply