মুগ্ধ হিয়া মােৰ – কোনে চুই যায়  মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়  বুকুতে অগনি জ্বলাই

Zubin garg song

মুগ্ধ হিয়া মােৰ কোনে চুই যায়
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ল মাথাে ছাই

এটি এটি পল আজি সুঁৱৰি
হহা-কন্দা খেলা সু ফাগুনী
আঙুলি মাজেৰে পৰে সৰি সৰি
সুখৰে মুকুতা হৈ যে ধূলি
বুকুতেযে জুই বিয়পাই
তেজ মঙহৰে…।

ৰিণি ৰিণি ৰিণি শুনাে ৰিণি ৰিণি
কপি কঁপি শুনাে সেই ধ্বনি
আকাশ বাউলী থমকি ধৰণী
চকুলােৰে কৰাে দিন শুৱনি
বুকুতেযে জুই বিয়পাই
তেজ মঙহৰে…||

Leave a Reply