পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ

Blue whale

 

ডাইন’ছৰবােৰ পৃথিৱী পৃষ্ঠত বৰ্তি থাকোতে সেইবােৰ আকাৰত আটাইতকৈ ডাঙৰ জীৱ আছিল।

কিন্তু বর্তমান অৱস্থাত  পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ জীৱ হ’ল সাগৰৰ নীল তিমি (Blue Whale), যিবােৰ ২৪ৰ পৰা ২৭ মিটাৰ পর্যন্ত দীঘল আৰু ওজন ১০০ ৰ পৰা ১৫০ টনৰ ভিতৰত। এতিয়ালৈকে পােৱা নীল তিমিবােৰৰ ভিতৰত। ৩৩.৫ মিটাৰ দীঘল আৰু ১৫০ টন ওজনৰ তিমি পােৱা গৈছে।

Leave a Reply