নাহৰৰে কুমলীয়া পাতে সৰুমাই  তই বাৰু মােৰে কথা বুজিছনে নাই

Zubin garg songs

নাহৰৰে কুমলীয়া পাতে সৰুমাই
তই বাৰু মােৰে কথা বুজিছনে নাই
ঘনে ঘনে তােলৈ কিয় মােৰে চকু যায়
ঘনে ঘনে তােলৈ কিয় মােৰে চকু যায়
নাহৰৰে…
দোভাগ ৰাতি কোনে বাৰু সুহুৰি বজায়
চাওঁ বুলি যদিও তই দুৱাৰ খােলা নাই
বুকুৰ মাজত জানাে কিবা কিবি লগা নাই দোভাগ ৰাতি…
নাহৰৰে কুমলীয়া পাতে সৰু মাই।
পুৱতি নিশাৰে সপােন হেনাে ফলিয়াই
সপােনত তােক মনৰ কথা ক’লে কেতিয়াবাই আজিও চোন জান ঐ মােৰ সপােন
আজিও কিয়বা নফলিয়াই
মােৰ সপােন আজিও কিয়বা নফলিয়াই
পুৱতি নিশাৰে…
আনৰে আগত মােৰে কথা পাতিছেনে নাই
আনে বেয়া বুলি ক’লে দুখ লাগেনে নাই
সঁচাকৈ তােৰ মােলৈ
মৰম আছেনে নাইমই ধৰিব পৰা নাই
মৰম আছেনে নাইমই ধৰিব পৰা নাই
আনৰ আগত…||

Leave a Reply