এন্ধাৰ হ’ব নােৱাৰোঁ – মচি দিব নাখোজো। পাখি মেলা অতীতক কিদৰে পাহৰোঁ

Zubin garg

এন্ধাৰ হ’ব নােৱাৰোঁ
মচি দিব নাখোজো।
পাখি মেলা অতীতক
কিদৰে পাহৰোঁ।।
পােহৰ বুলি জীয়ালো
মনে মনে প্রাণতে
হাতেৰে ঢুকি নােপােৱা
জোনৰে ছবি।
পাখি মেলি সপােনে
আগচিলে জীৱনক
কোনােবা দৰদী
আকাশৰ নীলিমাতে
সেই মন আজি যেন
অসীমত লীন হােৱা তৃষা
কিদৰে পাহৰো মই
এন্ধাৰ হ’ব নােৱাৰে…
সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে
নাজানো যদিও দুবাহু আছে মেলি
সঁচা মিছাৰ সোমাজত
সাঁতুৰিছো যদিও
খেদি খেদি সপােনে মিঠ চুমা যাচে।
এই মন আজি যেন পােহৰত
প্রাণ পােৱা তৃষা
কিদৰে পাহৰো মই
এন্ধাৰ হ’ব নােবাৰো..।।

Leave a Reply