আজি তুমি নহ’লে মােৰ মন নভৰে

Zubin
আজি তুমি নহ’লে মােৰ মন নভৰে
সপােনৰে পখী হৈ নামানা
গােলাপীয়া ওঁঠৰে মিঠা মিঠা চুমাৰে
মােৰ দুবাহুতে ৰােৱানা
এতিয়াও মই দূৰণিৰে সময় হলে পাবা নিবিড়ে আজি তুমি..
আছিলোঁ অকলে সপােনে নিবিড়ে
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলাে তােমালে
বহু বহু যুগৰে।
আজি মন কোমল মেঘৰ দৰে
নিগৰে অশ্রু আৱেগৰে
আজি তুমি…
কোনােবা জনমৰ পাহৰা মৰমে
আহিলে ওচৰলে
বুকুৰে আমঠু ৰঙালে ৰঙেৰে
মৰমী চাৱনিৰে
আজীৱন তােমাৰ ময়েই অনল
জ্বলি ৰ’ম তােমাৰেই বুকুৰে হৈ
আজি তুমি..||

 

Leave a Reply