![মিটাৰ জোখ-মাখ](http://notunpohor.com/wp-content/uploads/2020/03/মিটাৰৰ-জোখ-মাখ.png)
১০ মিলিমিটাৰত ১ ছেণ্টিমিটাৰ
১০ ছেণ্টিমিটাৰত ১ ডেচিমিটাৰ
১০ ডেচিমিটাৰত ১ মিটাৰ
১০ মিটাৰত ১ ডেকামিটাৰ
১০ ডেকামিটাৰত ১ হেক্টোমিটাৰ
১০ হেক্টোমিটাৰত ১ কিলােমিটাৰ
লগতে চাওকঃ মাটিৰ জোখ || মাটিৰ হিচাপ , ওজনৰ জোখ-মাখ