পইচাৰ ইতিহাস || মুদ্রা

পইচা ইতিহাস

১৯৫৭ চনৰ পহিলা এপ্রিলৰ পৰা ভাৰতত দশমিক মুদ্রা বা নয়া পইচাৰ প্রচলন হৈছে। এই নয়া পইচাৰ নাম ১৯৬৮ চনৰ জুনৰ পৰা কেৱল ‘পইচা’ বুলিহে কোৱা আৰু লিখাৰ ব্যৱস্থা কৰা হৈছে।

 এক পইচাৰ পৰা এশ পইচাৰ  ভিতৰত ৯ বিধ মুদ্রা আছে। যেনে— এক পইচা, দুই পইচা, তিনি পইচা,পাঁচ পইচা, দহ পইচা, বিশ পইচা, পঁচিশ পইচা, পঞ্চাশ পইচা আৰু এশ পইচা বা এটকা । সেইবিলাকৰ ওপৰপিঠিত ‘অশােক স্তম্ভৰ সিংহৰ নক্সা আছে।

Leave a Reply