Sanitizer
অতি কম খৰচত ঘৰত এ Sanitizer বনাব কাৰণে প্ৰয়োজনীয় বস্তু কেইটা হৈছে –
১/ SURGICAL SPIRIT : যিটো ওচৰৰ ফাৰ্মাচীত গলেই পাই যাব ।
SURGICAL SPIRIT |
100ml ত 50 টকা ।
২/ ALEO VERA GEL : বহুতো মানুহৰ ঘৰত এ থাকে … গছৰ পৰা পাত দুটি আনি তাৰ ভিতৰৰ যিটো GEL থাকে সেইটো উলাই লব ।
যদি পাতটো নেপাই … ALEO VERA Facewash ৰে ও হৈ যাব ।
ALEO VERA GEL |
৩ / GLYCERINE : এইটো ও অতি সহজে দোকানত পাই যাব ।
৪/ ESSENTIAL OIL : এইটো যিকোনো এটা
সুগন্ধি মূলক তেল ললে হৈ যাব ।
সুগন্ধি মূলক তেল ললে হৈ যাব ।
ESSENTIAL OIL
|
Sanitizer টো বনাবৰ কাৰণে ব্যৱহাৰ হোৱা বস্তু বোৰৰ পৰিমাণ হৈছে –
১/ প্ৰথমতে যিকোনো এটা বিকাৰ বা গ্লাছত
SURGICAL SPIRIT 100ml লব ।
SURGICAL SPIRIT 100ml লব ।
২/ তাৰপিছত ALEO VERA GEL বিকাৰ বা
গ্লাছত 50 Gm দিব ।
গ্লাছত 50 Gm দিব ।
৩/ তাৰপিছত GLYCERINE এ চামুচ বিকাৰ বা
গ্লাছত দিব ।
গ্লাছত দিব ।
৪/ যিকোনো এটা সুগন্ধি মূলক তেল বিকাৰ বা
গ্লাছত দুটোপ বা তিনিটোপ দিব ।
গ্লাছত দুটোপ বা তিনিটোপ দিব ।
৫/ তাৰপিছত গোটেই বোৰ অলপ সময় চামুচৰে
মিহলি কৰি দিব ।
মিহলি কৰি দিব ।