চেনিটাইজাৰ || sanitizer || ঘৰতে কেনেকৈ চেনিটাইজাৰ তৈয়াৰ কৰিব

Sanitizer 

how to make sanitizer spray

 

অতি কম খৰচত ঘৰত এ Sanitizer বনাব কাৰণে  প্ৰয়োজনীয় বস্তু কেইটা হৈছে –

 

১/  SURGICAL SPIRIT :  যিটো ওচৰৰ ফাৰ্মাচীত গলেই পাই  যাব ।
SURGICAL SPIRIT
SURGICAL SPIRIT

 

     100ml ত 50 টকা ।

 

২/  ALEO VERA GEL  : বহুতো মানুহৰ ঘৰত এ থাকে …  গছৰ  পৰা পাত দুটি আনি তাৰ ভিতৰৰ যিটো GEL থাকে সেইটো উলাই লব ।
যদি পাতটো নেপাই … ALEO VERA Facewash ৰে ও হৈ যাব ।
ALEO VERA GEL
ALEO VERA GEL
৩ / GLYCERINE  :  এইটো ও অতি সহজে দোকানত পাই যাব ।
GLYCERINE

 

৪/ ESSENTIAL OIL :   এইটো যিকোনো এটা
সুগন্ধি  মূলক তেল ললে হৈ যাব ।
ESSENTIAL OIL
                      ESSENTIAL OIL

 

Sanitizer টো বনাবৰ কাৰণে ব্যৱহাৰ হোৱা  বস্তু বোৰৰ পৰিমাণ হৈছে –

 

১/  প্ৰথমতে   যিকোনো এটা বিকাৰ বা গ্লাছত
SURGICAL  SPIRIT 100ml লব  ।

 

২/  তাৰপিছত ALEO VERA GEL বিকাৰ বা
গ্লাছত  50 Gm দিব  ।

 

৩/  তাৰপিছত GLYCERINE  এ চামুচ  বিকাৰ বা
গ্লাছত দিব ।

 

৪/ যিকোনো এটা সুগন্ধি মূলক তেল বিকাৰ বা
গ্লাছত  দুটোপ বা তিনিটোপ দিব ।

 

৫/  তাৰপিছত গোটেই বোৰ অলপ সময় চামুচৰে
মিহলি  কৰি দিব  ।

 

এইখিনি কৰিলেই ঘৰতে   Sanitizer  তৈয়াৰ কৰি লব পাৰিব ।

Leave a Reply