ইংৰাজী গ্ৰামাৰ

Grammar

Grammar (ব্যাকৰণ) কি?

যি কিতাপ বা পুথি পঢ়িলে কোনাে এটা ভাষা শুদ্ধকৈ ক’ব আৰু লিখিব পাৰি তাকেই Grammar (ব্যাকৰণ) বােলে। যেনে—বহল ব্যাকৰণ, সংস্কৃত ভাষাৰ ব্যাকৰণ, অসমীয়া ভাষাৰ ব্যাকৰণ, নতুন আৰ্হি ব্যাকৰণ ইত্যাদি।

English Grammar (ইংৰাজী ব্যাকৰণ) কি?

যি কিতাপ বা পুথি পঢ়িলে ইংৰাজী (English) ভাষা শুদ্ধকৈ লিখিব আৰু ক’ব পাৰি তাক ইংৰাজী ভাষাৰ ব্যাকৰণ (English Grammar) বোলে ।

1 thought on “ইংৰাজী গ্ৰামাৰ”

Leave a Reply