* বি টি এডিক বি টি আৰলৈ উন্নীত কৰাৰ লগে লগে ইয়াৰ এলেকা সালসলনি হোৱাৰ পিছত ৰাজ্য চৰকাৰে প্রশাসনিক দিশৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি গঠন কৰিব পাৰে নতুন জিলা।
*এলাকা অন্তর্ভুক্ত বা কর্তন কৰাৰ পিছত প্রস্তুত হ’বলগা নতুন নক্সা অনুসৰি বি টি চিৰ আসনৰ সংখ্যা বর্তমানৰ ৪০ খনৰ পৰা সর্বাধিক ৬০ খনলৈ বৃদ্ধি কৰা হ’ব।
*বি টি চিয়ে অধিক বিধায়িনী, কার্যপালিকা,
প্রশাসনিক আৰু বিত্তীয় ক্ষমতা লাভ কৰিব আৰু ৯০ দিনেৰ ভিতৰত এই ক্ষমতা প্রদানৰ প্রক্রিয়া আৰম্ভ হ’ব।
প্রশাসনিক আৰু বিত্তীয় ক্ষমতা লাভ কৰিব আৰু ৯০ দিনেৰ ভিতৰত এই ক্ষমতা প্রদানৰ প্রক্রিয়া আৰম্ভ হ’ব।
* বি টি চেয়ে অনুমোদন জনোৱা আইন বা।
নিয়মসমূহৰ পুনৰীক্ষণৰ কাৰণে অসমৰ কেবিনেট মন্ত্রীৰ অধ্যক্ষতাত বি টি চি ৰ মুখ্য কার্যবাহী সদস্য আৰু গৃহ মন্ত্র্যালয়ব প্রতিনিধিবে গঠন কৰা হ’ব এক কমিটি।
নিয়মসমূহৰ পুনৰীক্ষণৰ কাৰণে অসমৰ কেবিনেট মন্ত্রীৰ অধ্যক্ষতাত বি টি চি ৰ মুখ্য কার্যবাহী সদস্য আৰু গৃহ মন্ত্র্যালয়ব প্রতিনিধিবে গঠন কৰা হ’ব এক কমিটি।
*বি টি চিয়ে ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা বিভিন্ন প্রস্তাবব পর্যালােচনাৰ কাৰণে অসমৰ মুখ্য সচিব অধ্যক্ষ তাঁত বি টি চি ৰ মুখ্য কার্যবাহী বিষয়া আৰু গৃহ মন্ত্ৰ্যালয়ৰ প্রতিনিধিৰে গঠন হ’ব আন এক কমিটী।
*প্রস্তাবিত বি টি আৰৰ বাহিৰত থকা বড়াে গাঁৱৰ ক্ষিপ্র উন্নয়নৰ কাৰণে অসম চৰকাৰে গঠন কৰিব বড়ো কচাৰী কল্যাণ পৰিষদ।
*কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বাস
কৰা বড়াে কছাৰী সকলে পাহাৰৰ অনুসূচিত।
জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰাৰ কাম সময় নিৰিতভাবে সম্পূর্ণ কৰা হ’ব।
কৰা বড়াে কছাৰী সকলে পাহাৰৰ অনুসূচিত।
জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰাৰ কাম সময় নিৰিতভাবে সম্পূর্ণ কৰা হ’ব।
Very nice bro keep it up
ধন্যবাদ 😊…