| ৰাজ্য | মুখ্য ভাষা সমূহ |
| অৰুণাচল প্ৰদেশ |
মনপা, আও, ছেৰডুকপেন, হিন্দী ,ইংৰাজী, মিজি ইত্যাদি।
|
| অসম |
অসমীয়া, বড়াে, বঙালী আদি ।
|
| মণিপুৰ | মণিপুৰী । |
|
মেঘালয়
|
গাৰো , খাচী , ইংৰাজী আদি।
|
| মিজোৰামৰ | মিজো আৰু ইংৰাজী । |
| নাগালেণ্ড | ইংৰাজী আৰু নাগামিজ। |
|
চিকিম
|
ছিক্কিমিজ, ভূটীয়া, লেপচা, লিম্বু, হিন্দী, ইংৰাজী আদি ।
|
| ত্রিপুৰা | বঙালী আৰু ককবৰাক । |
