
উত্তৰ-পূবৰ ৰাজ্যসমূহ বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহক বুজোৱা হয়। ভাৰত গণৰাজ্যৰ এটা অংগ হল উত্তৰ-পূব ভাৰত । ভাৰতৰ উত্তৰ প্ৰান্তত অৱস্থিত সাতখন ৰাজ্যক একেলগে উত্তৰ-পূব ভাৰত বুলি কোৱা হয় । এসময়ত উত্তৰ-পূৱৰ সাতখন ৰাজ্য একেটা প্ৰশাসনীয় গোটৰ অধীনত আছিল । পৰৱৰ্তী কালত প্ৰত্যেক খন ৰাজ্যই পৃথক পৃথক স্বকীয় ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে ।
উত্তৰ-পূব ভাৰতৰ প্ৰেত্যক খন ৰাজ্যৰ জনগোষ্ঠী আৰু জনগাঁথনিও বৈচিত্ৰ্যময় ।
উত্তৰ-পূব ভাৰতৰ প্ৰেত্যক খন ৰাজ্যৰ জনগোষ্ঠী আৰু জনগাঁথনিও বৈচিত্ৰ্যময় ।
উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহ আৰু ৰাজ্য সমূহৰ ৰাজ্যিক পশু আৰু আৰু ৰাজ্যিক পক্ষী সমূহ :
| ৰাজ্য | ৰাজ্যিক পশু | ৰাজ্যিক পক্ষী |
|
অৰুণাচল
|
মেঠোন |
ধনেশ প্ৰদেশ
|
| অসম | গঁড় | দেওহাঁহ |
|
মেঘালয়
|
চাংগাই | ননগিন |
| মিজোৰাম | ছিৰিঅ’ | ডৰিক |
| নাগালেণ্ড | মেঠোন | ব্লইটছ ট্ৰাগপান |
| চিকিম | ৰঙা পাণ্ডা | ডৰিক |
| ত্ৰিপুৰা | ফাইৰেছ বান্দৰ | পাৰ চৰাই |
| মণিপুৰ | ছাংগাই | মিচেছ হিউমৰ ফেজেণ্ট |