ইউৰোপ মহাদেশৰ সকলো দেশৰ নাম আৰু দেশবোৰৰ ৰাজধানীৰ নাম ।
ইউৰোপ মহাদেশত সৰ্ব মুঠ ৪৪ খন দেশ আছে ।
দেশ ৰাজধানী
- আইছলেণ্ড – ৰাইকজাভিক
- নৰৱে – অছলো
- ছুইডেন – ষ্টকহোম
- ডেনমার্ক – কোপেনহেগেন
- ফিনলেন্ড – হেল ছিংকি
- এস্তোনিয়া – টালিন
- লাটভিয়া – ৰিগা
- লিথুৱানিয়া – ভিলনিয়াছ
- জার্মানি – বার্লিন
- নেদাৰলেণ্ডছ – আমষ্টাৰডাম
- বেলজিয়াম – ব্রাছেলছ
- লাক্সেমবার্গ – লাক্সেমবার্গ
- ফ্ৰান্স – পেৰিছ
- মোনাকো – মোনাকো
- ছুইজাৰলেণ্ড – বার্ন
- লিচটেনষ্টাইন – ভাদুজ
- অস্ট্রিয়া – ভিয়েনা
- পর্তুগাল – লিছবন
- এণ্ডোৰা – এণ্ডোৰা লা ভেলা
- স্পেইন – মাদ্রিদ
- ইটালি – ৰােম
- ছান মাৰিনাে – ছান মাৰিনাে
- ভেটিকান – ভেটিকান চিটি
- মাল্টা – ভালেটা
- শ্লোভেনিয়া – লুবলিয়ানা
- ক্রোৱেশ্বিয়া – জাগ্রেব
- বশনিয়া-হেৰজেগোভিনা – ছাৰাজেভাে
- মেচিডোনিয়া – স্কোপজে
- ছাৰ্বিয়া – বেলগ্রেড
- মন্টেনেগ্রো – পডগােৰিকা
- হাংগেৰে – বুডাপেষ্ট
- আলবেনিয়া – টিৰান
- ৰুমানিয়া – বুখাৰেষ্ট
- বুলগেৰিয়া – ছোফিয়া
- গ্রীচ – এথেন্স
- চেক প্রজাতন্ত্র – প্রাগ
- শ্লোভাকিয়া – ব্রাতিশ্লাভা
- পোলেণ্ড – ৱাৰ্ছ
- বেলাৰুছ – মিনস্ক
- ইউক্রেন – কিয়েভ
- মলডোভা – চিছিনাও
- ৰাছিয়া – মস্কো
- ব্রিটিছ যুক্তৰাজ্য
- (গ্রেট ব্রিটেন) – লণ্ডন
-
আয়াৰলেণ্ড – ডাবলিন।