ৰাষ্ট্ৰীয় ফুল || ভাৰতৰ ৰাষ্ট্ৰীয় ফুল

ৰাষ্ট্ৰীয় ফুল

পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল।

আটাইতকৈ ডাঙৰ আৰু ধুনীয়া পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। বহল ওপঙি থকা পাতেৰে ‘নাইফিয়া’ প্ৰজাতিৰ পদুম হৈছে এক প্ৰকাৰৰ জলজ উদ্ভিদ। ই বৈৰাগ্যৰ সূচনা কৰে আৰু পানীত তিতিনাযায়। এই ফুলপাহৰ আত্মাই যেন সকলাে দুর্দশা এক হাঁহিৰ দ্বাৰাই সহ্য কৰি থাকে।

 

 

Leave a Reply