ৰাষ্ট্ৰীয় ফল || ভাৰতৰ ৰাষ্ট্ৰীয় ফল

ৰাষ্ট্ৰীয় ফল

 আম ভাৰতৰ  ৰাষ্ট্ৰীয় ফল।  আমক ভাৰতৰ ৰাষ্ট্ৰীয় ফল হিচাপে স্বীকৃতি দিয়া হয়।

“মেঞ্জিফেৰা ইণ্ডিকা”,  ইয়াৰ বৈজ্ঞানিক নাম। বিভিন্ন আকাৰ, গঠন আৰু বৰণৰ ভাৰতত ১০০তকৈ অধিক প্ৰকাৰৰ আম পােৱা যায়। আকবৰে দাৰভাঙ্গাৰ লক্ষী বাগত প্রায় ১০০,০০০ জোপা আম গছ ৰােপণ কৰিছিল।

Leave a Reply