ৰাষ্ট্ৰীয় পশু | ভাৰতৰ ৰাষ্ট্ৰীয় পশু

ৰাষ্ট্ৰীয় পশু

শক্তি আৰু উজ্জ্বলতাৰ চিন স্বৰূপ সম্রান্ত বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰ মর্যাদা দিয়া হৈছে। বাঘৰ বৈজ্ঞানিক নাম পান্থেৰা টাইগ্রীচ’ । মুঠ ৮টা প্রজাতিৰ ভিতৰত ৰয়েল বেঙ্গল টাইগাৰ বিধ সমগ্র ভাৰততে পােৱা যায় ।

Leave a Reply