ৰাষ্ট্ৰীয় পতাকা

নতুন পোহৰ

ৰাষ্ট্ৰীয় পতাকাঃ

পতাকাখনত সমান্তৰালভাৱে ওপৰে গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া এই তিনিটা ৰং সমান অনুপাতত থাকে। ইয়াৰ বগা অংশৰ সমাজ ত ২৪ ডাল শলাবিশিষ্ট এটা গাঢ় নীলা বৰণৰ চক্র থাকে।
এই চক্ৰটিৰ আৰ্হি অশোকৰ সিংহৰ ৰাজধানী সাৰনাথৰ স্তম্ভৰ চকাৰ পৰা লোৱা হৈছে । পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ২: ৩  ।

 

Leave a Reply