মাটিৰ জোখ || মাটিৰ হিচাপ || এক পুৰা || কঠা – বিঘা || মাটিৰ পট্টা

মাটিৰ হিচাব

এক বিঘা মাটি ১৪,৪০০ বৰ্গ ফুটৰ সমান।

১৪৪ বৰ্গফুট    = এক লেছা মাটি

 

২০ লেছা       = এক কঠা

 

৫  কঠা          =  এক বিঘা

 

গাওঁ অঞ্চল সমূহত এক পুৰা বুলি এটা একক আছে ৷

এক  পুৰা       =  চাৰি বিঘা ।

 

মাটিৰ জোখ
বিঘা মাটিৰ কালি জোখৰ এটা একক। এই একক প্ৰধানতঃ নেপাল,বাংলাদেশ আৰু ভাৰতৰ অসম, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, গুজৰাট আৰু ৰাজস্থান   ব্যৱহাৰ কৰা হয়। ‘বিঘা’ৰ মান্য জোখৰ অঞ্চল বিশেষে ভিন্নতা আছে। উৎস বিশেষে ১,৫০০ পৰা ৬,৭৭১ বৰ্গমিটাৰত এক বিঘা হয় বুলি পোৱা যায়। কিছু সৰু অঞ্চলত ১ বিঘাক ১২,৪০০ বৰ্গমিটাৰ বুলিও ধৰা হয়।

(এই জোখ কেতিয়াবা ভিন্ন হয়)

Leave a Reply