online English-assamese word || অনলাইন ইংৰাজী-অসমীয়া শব্দ

                           PART A-3

online English-assamese word ||

English-assamese word

 
Amiss –  অংসগত
Amity –  ঐক্য
Ammunition – বন্দুকৰ গুলি , বোমা
Amount – পৰিমাণ
Ample – যথেষ্ট , প্ৰচুৰ
Amplify – সম্প্ৰসাৰণ কৰা
Amuse – মনোৰঞ্জন
Analogy – উপমা , তুলনা
Analyse – বিশ্লেষণ কৰা
Anarchist – বিদ্ৰোহী , অৰাজকতা সৃষ্টি কৰা
Anarchy – অৰাজকটা
Ancient – প্ৰাচীন
And – আৰু
Anecdote – কাহিনী
Angel – দেৱদূত
Anger – খং , ক্ৰোধ
Angry – খঙাল
Angrily – খং ভাৱে
Animal – প্ৰাণী
Ankle – ভৰিৰ গাঁঠি
Annihilate – ধ্বংস কৰা
Anniversary –  বাৰ্ষিকী
Announce – ঘোষণা কৰা
Annoy – বিৰক্ত কৰা
Annual – বছেৰেকীয়া
Anoint – লেপন দিয়া
Another  –  আন এটা
Ant – পৰুৱা , পিপৰা
Answer – উত্তৰ
Antelope – কৃষ্ণসাৰ হৰিণ
Anthem – গীত
Anticipate – আশা কৰা
Antique – পুৰণি
Anxiety – উৎকণ্ঠা
Anixious –  চিন্তিত
Ape -নেজহীন গৰিলা
Apology – ক্ষমা প্ৰাৰ্থনা , দু:খ প্ৰকাশ
Apparatus – যন্ত্ৰ
Apparent – ইস্পষ্টভাৱে প্ৰতীয়মান
Appear – দৃষ্টি গোচৰ হোৱা
Appease – শান্ত্বনা দিয়া
Appetite – ক্ষুধা
Applaud – সমৰ্থন কৰা
Applicable – প্ৰযোজ্য
Applicant –  প্ৰাৰ্থী
Application – দৰ্খাস্ত
Apply –  প্ৰয়োগ কৰা
Appoint – নিযুক্তি দিয়া
Appreciate – প্ৰসংশা কৰা
Apricot – এবিধ ফল
Approach – প্ৰৱেশ পথ
Approval – অনুমোদন
Approximate –  প্ৰায়ঠিক
Appron – এবিধ পোছাক
Apt – যথাযথ
Aquatic – জলচৰ
Arc – বৃক্তা্‌ংশ
Arch – ধেনুভিৰিয়া গাঁথনি
Archaeology –   প্ৰত্নতত্ব
Archer – ধনুবি‌দ
Architect  – স্থপতি
Arctic – উত্তৰ মেৰু ,সুমেৰু
Ardent – উৎসাহী
Arena –  কুষ্টিকৰাৰ আখৰা
Argue – তৰ্ক কৰা
Arid – অসাৰুৱা মাটি
Aright – যথাযথ ভাৱে
Arise –  শুই উঠা
Aristocrat –  মানী ব্যক্তি
Arithmetic – পাটীগণিত
Ark – নাও
Arm – বাহু
Armoury – অষ্ট্ৰাগাৰ
Army – সৈন্য বাহিনী
Rouse –  জগোৱা
Array – শ্ৰেণীবদ্ধ ভাৱে সজোৱা



লগতে চাওকঃ  Part A 1 , Part A3 , Part B1  ,  PartB2


তলৰ লিংকটো গৈ অতি কম খৰচতে OXFORD ENGLISH DICTIONARY ক্ৰয় কৰিব পাৰিব  👇👇👇

https://amzn.to/38u1tY7

 

Leave a Reply