যিকোনো এটা বৰ্গক্ষেত্ৰৰ ভিতৰত ভাৰতৰ মানচিত্ৰ আঁকিব পাৰি । এটা বৰ্গক্ষেত্ৰ আঁকি তাক 16 টা সমান আয়তনৰ বর্গক্ষেত্ৰত ভাগ কৰি 1, 2, 3, 4 আদি সংখ্যাৰে চিন দিব লাগে । প্ৰতি বৰ্গক্ষেত্ৰত যি অংশ পৰে সেই অংশ যিখন মানচিত্ৰ আঁকিবলৈ লোৱা হয় । সেইখন চাই
চাই আঁকিব লগে ।
চাই আঁকিব লগে ।
ভাৰতৰ মানচিত্ৰৰ কেইটামান বিশেষত্ব মন কৰিব লগীয়া :
* গুজৰাট আৰু বঙ্গদেশৰ সীমাৰেখা প্ৰায় একে ৰেখাত পৰে ।
* ভাৰতৰ দক্ষিণ অংশ প্ৰায় ত্ৰিভুজৰ দৰে ।
* কাশ্মীৰৰ পূৱ সীমা আৰু তামিলনাডুৰ পূৱ
সীমা প্ৰায় একে ৰেখাত পৰে ।
* ভাৰতৰ উত্তৰ – পূৱ দিশ অসম লাহে লাহে
নামি অহা ।
* মুম্বাই আৰু চিলকা হ্ৰদ প্ৰায় একে ৰেখাত পৰে ।
* নাগপুৰ ভাৰতৰ প্রায় সোঁমাজত ।
এইবোৰ মনত ৰাখিলে মানচিত্ৰ আকোতে বিশেষ সুবিধা হয় ।
যিকোনো দেশৰ মানচিত্ৰ বৰ্গ বা আয়তক্ষেত্ৰৰ ভিতৰত আঁকিবলৈ অভ্যাস কৰিলে মানচিত্ৰ অঁকা সহজ হয় ।
যিকোনো দেশৰ মানচিত্ৰ বৰ্গ বা আয়তক্ষেত্ৰৰ ভিতৰত আঁকিবলৈ অভ্যাস কৰিলে মানচিত্ৰ অঁকা সহজ হয় ।
সেইদৰে অসমকো বর্গক্ষেত্ৰৰ মাজত আঁকিবলৈ খুব সহজ হব ।