দিয়া ঘূৰাই দিয়া

Zubin garg

দিয়া ঘূৰাই দিয়া, পৃথিৱী আমাৰ আমাক
আইতাৰ সাধু , তৰালী ভৰা চোতাল
সেয়াই লাগে আমাক ।
নালাগে ওলোটা পৃথিৱী
অ ‘ আমি আমিয়েইচোন
পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন ।

আনা ঘূৰাই আনা , ধৰা নিভাঁজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক-থানাক
ক ,খ,গ,ঘ, আৰু ঙ
পাটিগণিত আৰু কুঁহিপাঠ
পঢ়ালা পঢ়ি আছে
শিকালা শিকি আছো
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰঞ্জীৰ পাত লুটিয়ালে
আমাৰ মৰম দিব সকিয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰঞ্জী কোনে ও নেচাই ।
Touch it, touch your freedom
Grab it, hold it & bring to your knees
O….. Oh with you, we all are with you
We make the world shine like the sun

We are the one….

Leave a Reply