শব্দৰভৰাল
Part A – 1
অনলাইন ইংৰাজী-অসমীয়া শব্দ :
A – এক , এটা , এখন
Aback – থতমত খোৱা
Abandon – পৰিত্যাগ কৰা
Abbreviation – সংক্ষেপন
Abdomen – তলপেট
Abet – বেয়া কামত সহায় কৰা
Abide – অপেক্ষা কৰা
Ability – সামৰ্থ
Ablaze – জ্বলন্ত
Able – সমৰ্থ
Ably – দক্ষতাৰে
Abnormal – অস্বাভাৱিক
Aborad – জাহাজৰ ওপৰত
Abode – বাসস্থান
Abolish – বিলোপ কৰা
Abound – প্ৰচুৰ পৰিমাণে , যথেষ্ঠ
About – বিষয়ে
Above – ওপৰত
Abridge – সংক্ষেপতে
Abroad – বিদেশত
Abrupt – হঠাৎ
Abscond – পলোৱা , গোপনে লুকাই থকা
Absence – অনুপস্থিতি
Absent – অনুপস্থিত
Absolute – সম্পূৰ্ণ ভাৱে
Absorb – শুহি লোৱা
Abstain – বিৰিত থকা
Abstract – পৃথক কৰা
Absurd – অযুক্তিকৰ
Abundance – প্ৰচুৰ
Absuse – অপব্যৱহাৰ কৰা
Academy – বিদ্যালয় , শিক্ষানুষ্ঠান
Accelerate – গতি বঢ়োৱা
Accent – উচ্চাৰণ কৰাৰ শৈলী
Accept – মানি লোৱা
Access – প্ৰৱেশ
Accessory – আনুসন্ধিক
Accident – দুৰ্ঘটনা
Accomodate – ব্যৱস্থা কৰা
Accompany – লগত থকা
Accomplice – সম্পন্ন কৰা
Accordance – মত মিলা
Accordingly – সেইমতে
Account – হিছাঁপ
Accurate – সঠিক
Accuse – দোষাৰোপ কৰা
Ache – অবিৰাম বেদনা
Achieve – শেষ কৰা , লক্ষ্যত উপনীত হোৱা
Achievement – অৱদান
Acquaintance – পৰিচিত
Acqurie – অর্জন কৰা
Act – আচৰণ
Active – সক্ৰিয়
Actual – সঠিক
Acute – তীব্ৰ
Adamant – অনমনীয়
Addition – সংযোজন
Additional – অতিৰিক্ত
Address – ঠিকনা
Adequate – যঠেষ্ট
Adhesive – আঠা
Adjacent – ওচৰৰ
Adjective – বিশেষন
Adjourn – স্থগিত ৰখা
Adjust – ঠিক কৰা , মিলোৱা
Admirable – প্ৰশংসনীয়
Admire – প্ৰশংসা কৰা
Admit – ভৰ্ত্তি কৰা
Adopt – গ্ৰহণ কৰা , তুলি লোৱা
Adult – প্ৰাপ্ত বয়ষ্ক
Advance – আগতীয়া
Advantage – সুবিধা
লগতে চাওকঃ Part A 2 , Part A3 , Part B1 , PartB2