পৰীক্ষাত কৃতকাৰ্য্য হবলৈ কেইটামান উপায় -Some ways to succeed in exams

পৰীক্ষা

বিদ্যাৰ্থী বা শিক্ষাৰ্থী সকলৰ জীৱনত পৰীক্ষাই বিশেষ ভূমিকা গ্ৰহণ কৰে  । পৰীক্ষাবোৰ শিক্ষাৰ্থী সকলৰ জীৱনৰ কোনো ধৰণৰ বাধা বা প্রতিবন্ধ  নহয় । বৰং তেওঁলোকৰ জীৱনৰ কেতবোৰ প্ৰদক্ষেপহে ।  যোগাত্মক দৃষ্টভংগীৰে পৰীক্ষাৰ্থী গৰাকী  পৰীক্ষাত অৱতীৰ্ণ হলে  কৃতকাৰ্য্য হোৱা টো খাটাং ।

জীৱনত ভাল কৈ অৱতীৰ্ণ হবলৈ হলে নিজৰ এটা লক্ষ্যলৈ পঢ়াটো শিক্ষাৰ্থী গৰাকীৰ কাৰণে খুবেই প্ৰয়োজন  । আৰু সেই লক্ষ্যৰ কথা সময়ে সময়ে  মনত পেলাই পঢ়িব লাগিব  । সেই লক্ষ্যক পাবলৈ শিক্ষৰ্থী গৰাকী এ নিজে কিছু আঁচনি তৈয়াৰ কৰি লব লাগিব ।

Leave a Reply