নৱমী

দুৰ্গা পূজা

ৰামচন্দ্ৰই লংকা অধিপতি ৰাৱণ বধ কৰাৰ সময়ত নৱমী তিথিত ১০৮টা পদুম ফুল দি দেৱী দুৰ্গাক পূজা কৰিছিল৷ পৰম্পৰা অনুযায়ী ১০৮টা পদুম দি ধাৰ্মীকৰ গ্লানি, অধৰ্মৰ ৰোধ, সাধুৰ ৰক্ষা, অসুৰ বধৰ বাবে দুৰ্গাৰ ধৰালৈ আহে৷ এই সময়তে দুৰ্গা দেৱীৰ চৰণত সকলোৱে শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব ৷ যাৰ বাবে যজ্ঞৰ মাধ্যমেৰে দেৱী দুৰ্গাক আহুতি দিয়ে ভক্তই৷

Leave a Reply