মনৰ শক্তি বৃদ্ধি

নতুন পোহৰ

আমাৰ মনৰ অসাধাৰণ আৰু অলৌকিক সৃষ্টি কৰিব পৰা শক্তি আৰু সামৰ্থ আছে । কিন্তু সাধাৰণ অৱস্থাত মনটো  অন্ধকাৰচ্ছন্ন হৈ থকে ।   এনে অৱস্থাত মানুহে নিষ্ক্ৰিয় আৰু নিস্তেজ অনুভৱ কৰে । মনটোৰ অৱস্থা  থৌকি-বাথৌ হৈ থাকিলে  মানুহ অশান্ত হৈ পৰে  । কিন্তু যোগা ৰ  সহায়ত তেনে চঞ্চল আৰু থৌকি-বাথৌ উৰণীয়া মনকো নিকা লগাই এটা কেন্দ্ৰত গভীৰভাৱে আবৃত্ত কৰিব পৰা যায় । মনটোক যেতিয়া একাগ্ৰ  নিৰ্দিষ্ট কামত নিবৰ্দ্ধ

কৰিব পৰা যায় । তেতিয়া মানহে অসাধ্য সাধন কৰিব পাৰে ।   গতিকে কব পাৰি যে মানুহে নিজৰ মনটোক প্রকৃত কৌশল অৱলম্বনৰ দ্বাৰা অহৰহ অনুশীলনত প্ৰবৃক্ত  থাকিলে মনৰ শক্তি বৃদ্ধি কৰিব  পাৰি ।

Leave a Reply