ফুল | পানীত ফুলা ফুল -ৰাতি ফুলা ফুল -ৰঙা -নীলা – হালধীয়া ফুল

বিভিন্ন প্ৰকাৰৰ ফুল সমূহ :

 

 

ফুল

পানীত ফুলা ফুল :

পদুম , কলমৌ , ভেট , মেটেকা ।

ৰাতি ফুলা ফুল :

তগৰ , ধাতুৰা , স্থল পদ্ম , ভেট , ৰজনী গন্ধা , কামিনীকাঞ্চন ,  হাচনাহানা ।

বগা ফুল :

কামিনীকুসুম , তগৰ , বগা জবা , বগাকাঞ্চন , বগাপদ্ম , শেৱালি ।

 

ৰঙা ফুল:

অশোক , কাঞ্চন , মদাৰ , পলাশ , পদুম , ৰঙাভেট , ৰঙা জবা ইত্যাদি ।

নীলা ফুল :

নীলা জবা , অপৰাজিতা , নিলাঘণ্টা ।

হালধীয়া ফুল :

কৰবী , কনকচম্পা , গেন্ধাই , সূৰুযকান্তি  ।

লতাজাতীয় ফুল :

 অপৰাজিতা , কুঞ্চলতা , মাধৱিলতা ।

Leave a Reply