মনলে উভতি আহে লৰালি – তোৰে মোৰে এটি এটি ধেমালি -জুবিন গাৰ্গৰ গীত

জুবিন গাৰ্গৰ গীত
জুবিন গাৰ্গ
মনলে উভতি আহে লৰালি
 

তোৰে মোৰে এটি এটি ধেমালি 

আছিলোঁ তোৰে মৰমতে খেলি 

মোৰো ভাল লগে তাকে সোঁৱৰি
অ’ অ’ অ’ …
মনলে উভতি আহে লৰালি
তোৰে মোৰে এটি এটি ধেমালি ।

তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন,

আৱেগে উপচে ত‍ইয়ে তো মোৰ আশাৰে জোন,

 

ম‍ইও দেখোঁ সপোন 

দিনে ৰাতিয়ে চোন 

প্ৰাইয়ে আজি-কালি, 

ল’ৰলি আজিও চোন আঁতৰা নাই 

এহে কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই
অ’ অ’ অ’ …
মনলৈ ওভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি ।
কিদৰে পাহৰোঁ তোৰে মৰমকে

তোৰে চেনেহকে,

 

কথা দিলোঁ আজি আনিমে

আঁজুৰি তোৰে সপোনকে

আগলে হ’বি ত‍ই 

মোৰ পৰিচয়
আৰু লাগিছে নো কি ?
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
ক‍ইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাথলী
অ’ অ’ অ’ …
মনলৈ ওভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি ।।

Leave a Reply