ভাৰতৰ প্ৰধানমন্ত্ৰী সকলৰ নাম || ভাৰতৰ প্ৰধান মন্ত্ৰী তালিকা

ভাৰতৰ প্ৰধানমন্ত্ৰী
 
 
Notun pohor
প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ঃ সচিৱালয় ভৱনৰ
 
 
 ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আসনত অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ ১৪ খন  লোকসভা  গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধান মন্ত্ৰীৰ বাব পাইছে। ইয়াৰে আটাইতকৈ বেছি দিন দায়িত্বত থকা প্ৰধান মন্ত্ৰীগৰাকী হ’ল জৱাহৰলাল নেহৰু। তেখেতে ১৬ বছৰ ৯ মাহ প্ৰধান মন্ত্ৰীৰ পদত আছিল। আটাইতকৈ কম দিন প্ৰধান মন্ত্ৰী হোৱা ব্যক্তিগৰাকী হ’ল গুলজাৰি লাল নন্দা। তেখেত দুটা কাৰ্যকালত এমাহতকৈয়ো কম দিনৰ বাবে দায়িত্বত আছিল। জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ পাছত তেখেতে কেইটামান  দিনৰ বাবে প্ৰধান মন্ত্ৰিত্ব লাভ কৰিছিল।
ভাৰতৰ প্ৰথম জন প্ৰধান মন্ত্ৰীৰ পৰা বৰ্তমানলৈকে ক্ৰমান্বয়ে :

 

1. জৱাহৰলাল নেহৰু   :  15 আগষ্ট 1947 – 27 মে 1964 ।
2. গুলজাৰী লাল নন্দা : (কার্যবাহক) 27 মে 1964 – 9জুন 1964 ।
3. লাল বাহাদুৰ শাস্ত্ৰী : 9 জুন 1964 – 11 জানুৱাৰী 1966 ।
4. গুলজাৰী লাল নন্দা : 11 জানুৱাৰী 1966- 24জানুৱাৰী 1966 ।
5. মোৰাৰজী দেশাই :  24 মাৰ্চ 1977 – 28 জুলাই 1979 ।
6. চৌধুৰী চৰণ সিং : 28 জুলাই 1979 – 14 জানুৱাৰী 1980 ।
7. ইন্দিৰা গান্ধী : 19 নৱেম্বৰ 1984 – 31 অক্টোবৰ ।
8. ৰাজীৱ গান্ধী : 31 অক্টোবৰ 1984 – 2 ডিচেম্বৰ 1989  ।
9. বিশ্বনাথ প্ৰতাপ সিং :  2 ডিচেম্বৰ 1989 – 10 নৱেম্বৰ 1990
10 . চন্দ্ৰ শেখৰ  : 10 নৱেম্বৰ 1990 – 12 জুন 1991 ।
11. পী . বী . নৰসিংহা ৰাও : 21 জুন 1991 – 15 মে 1996
12. অটল বিহাৰী বাজপেয়ী : 16 মে 1995 – 31 মে 1996 ।
13. এচ ডী দেৱগৌড়া : 1জুন 1996 – 21  এপ্ৰিল 1997 ।
14. ইন্দ্ৰ কুমাৰ গুজৰাল : 21 এপ্ৰিল 1997 – 19 মাৰ্চ 1998
15. অটল বিহাৰী বাজপেয়ী :  19 মাৰ্চ 1998 – 17 এপ্ৰিল 1999 । 13 অক্টোবৰ 1999 পৰা 22 মে 2004 ।
16 . ড৹ মনমোহন  সিং : 22 মে 2004 – 26 মে 2014 ।
17. নৰেন্দ্ৰ মোডী 26 মে 2014 ৰ পৰা এতিয়া লৈ । 

1 thought on “ভাৰতৰ প্ৰধানমন্ত্ৰী সকলৰ নাম || ভাৰতৰ প্ৰধান মন্ত্ৰী তালিকা”

Leave a Reply