ভবা কথা নহয় সিদ্ধি – বাটত আছে কণা বিধি – জুবিন গাৰ্গৰ গীত

জুবিন গাৰ্গৰ গীত

জুবিন গাৰ্গ

ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবলৈ উজুটি
ধন জন মিছা মায়া
সপোনেৰে মাথোঁ ছায়া
নাথাকিব একোকে শেষত ।

টকা আৰু মান
দিনে ৰাতি কাম
ভুল শুদ্ধ নভবাকৈ
খাব খোজে ধান
বন্ধ চকু কান
চিনি পোৱাই টান
মৰিবলৈ হলে চাগে
লব হৰি নাম
সাবটিছাঁ মিছা ছাঁয়া
ধোঁৱা আৰু ধূলিহে শেষত ।

বিবেক আৰু প্ৰাণ তাতকৈ গুলিৰ দাম
মানুহতকৈ কুকুৰে পায় মৰম আৰু মান
চৰকাৰৰে গান
মিছা কথাৰ বান
গঢ়িবলৈ নতুন অসম
দিব পৰিত্ৰাণ মাবটিছা মিছা মায়া …।।

 

Leave a Reply