নক’বা নক’বা মোক – জুবিন গাৰ্গ

জুবিন গাৰ্গৰ গীত

জুবিন গাৰ্গ

নক’বা নক’বা মোক  কোনো কথা
হিয়া মোৰ জ্বলে
নাজানো নুবুজোঁ নোৱাৰোঁ যে
তোমাকবুজাবলে
সিঁচিলা মোৰ বুকুতে
আবেগৰে বৰষা
জ্বলালো মোৰ জীৱন
কৰিলা মন মোৰ চঞ্চল
ৰাতি দিন জীৱন কঠিন
তুমি সপোন অচিন
সিৰাই সিৰাই  হেঁপাহ ৰঙীন
প্ৰতি প্ৰহৰ অসীম অসীম
মোৰ দুচকুত জোনাকতে ৰোৱাহি
জাকে জাকে আশাৰ পখি
যদি তুমি পোৱা বুজি
নুমুৱাহি দুখৰ চাকি
দিয়া দুবাহুত জিৰাব এধানি ।।

Leave a Reply