ধ্যান বা তপস্যা || মনোযোগ

   ধ্যান বা তপস্যা

নতুন পোহৰ

সংস্কৃত ভাষাত তপস্যাক ধ্যান বোলে । এই ধ্যান হল গভীৰ অন্তৰমুখী শক্তিশালী কৰা এটা প্ৰক্ৰিয়া । আন অৰ্থত  ধ্যানে কিবা এটা বিশেষ লক্ষ্যত মনোযোগ গঢ়ি তোলা টো বুজায় । ধ্যান কৰোতে আমি আমাৰ সেইবোৰ পৰিধিৰ ওপৰত মনোজগ স্থাপন কৰোঁ যিবোৰ আমাৰ গভীৰতম বিন্দুত অজ্ঞাত অৱস্থাত আছে । আমাৰ অন্তৰভাগত গভীৰতম  বিন্দুত নিৱদ্ধ হৈ থকা মনৰ এই স্তৰ বোৰ ভাব , বিশ্লেষণ কৰা , দিবাস্বপ্ন দেখা , আৱেগিক হোৱা আৰু স্মৃতিতকৈ বেছি গভীৰ ।

 এই স্তৰ বোৰে হল আমাৰ অন্তৰ্দৃষ্টি যিয়ে আমাৰ বাস্তৱজগত খনৰ লগত আমাৰ সম্পৰ্ক নিৰ্ণয় কৰে আৰু আমাৰ ওপৰত ক্ৰিয়া কৰে ।

Leave a Reply