জাতীয় সংগীত –   ‘অ’  মোৰ আপোনাৰ দেশ ।

অসমৰ জাতীয় সংগীত

  – লক্ষ্মীনাথ বেজবৰুৱা

‘অ’  মোৰ আপোনাৰ দেশ ।
‘অ’  মোৰ চিকুনিৰ দেশ  । ।
এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ ।
অ ‘ মোৰ সুৰীয়া মাত
অ ‘ মোৰ সুৱদি মাত
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।
‘ অ ‘ মোৰ ওপজা ঠাই
‘ অ ‘ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।

 

Leave a Reply