অসমীয়া বাৰ মাহ তিথি পক্ষ আৰু সপ্তাহৰ নাম


অসমীয়া বাৰ মাহ তিথি পক্ষ আৰু সপ্তাহৰ নাম


অসমীয়া বাৰৰ নাম

অসমীয়া বাৰ  :  ৰবি (দেও)  , সোম  , মঙ্গল , বুধ  , বৃহস্পতি , শুক্ৰ, শনি ।
মুছলমানী বাৰ :  একশুম্বা, দো শুম্বা, চে শুম্বা, চাহাৰ শুম্বা,  পাঁচ শুম্বা , জুম্মা , সপ্তা ।
হিন্দী বাৰ : এতৱাৰ , সোম বাৰ , মঙ্গল বাৰ, বুধ বাৰ , গুৰুবাৰ, শুক্ৰবাৰ , আৰু শনিবাৰ ।

অসমীয়া তিথিৰ নাম

প্ৰতিপদ , দ্বিতীয়, তৃতীয়া , চতুৰ্থী, পঞ্চমী , ষষ্ঠী, সপ্তমী, অষ্টমী , নৱমী , দশমী , একাদশী, দ্বাদশী, ত্ৰয়োদশী ,  চতুৰ্দশী, অমাৱস্যা বা পুৰ্ণিমা ।

পক্ষ

কৃষ্ণ পক্ষ : আগ ৰাতি আন্ধাৰ ।
আৰু
শুক্ল পক্ষ : আগ ৰাতি পোহৰ ।


অসমীয়া মাহৰ নাম

অসমীয়া মাহৰ নাম : বহাগ , জেঠ , আহাৰ, শাওন, ভাদ , আহিন , কাটি , আঘোণ , পুহ , মাঘ , ফাগুন , চত ।
হিন্দী মাহৰ নাম : বৈশাখ, জৈষ্ঠ, আষাৰ , শ্ৰাৱন, ভাদ্ৰপদ , আশ্বিন,কাৰ্তিক, মাৰ্গশীৰ্ষ , পৌষ, মাঘ , ফাগুন , চৈত্ৰ ।
মুছলমানী মাহৰ নাম : মহৰম, শফৰ,ৰবিয়ল, আউয়ল , ৰবিয়স, জমাদিয়ল, আউয়ল , জমাদিয়স সানি ,ৰজব, শাবান, ৰমজান, শাওয়াল  জেলকদ, জেলহজ্জ ।

Leave a Reply