ভাৰতৰ ৰাষ্ট্ৰপতি – ভাৰতৰ প্ৰথম জন ৰাষ্ট্ৰপতিৰ পৰা বৰ্তমানলৈকে ক্ৰমান্বয়ে

ভাৰতৰ ৰাষ্ট্ৰপতি



ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথমজন নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যদাত অসী ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মূৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত। 

ভাৰতৰ প্ৰথম জন ৰাষ্ট্ৰপতিৰ পৰা বৰ্তমানলৈকে ক্ৰমান্বয়ে :

 

 
 
ডাঃৰাজেন্দ্ৰ প্ৰসাদ  :   26জানুৱাৰী 1950 -13 মে 1962
ডাঃএচ ৰাধাকৃষ্ণন  : 13 মে 1962- 13মে 1967
ডাঃ জাকিৰ হুছেইন : 13 মে 1967 – 3 মে 1969
ভি.ভি গিৰি (কাৰ্যকৰী ) : 3 মে 1969 – 20 জুলাই 1969
এম.হেদায়তুল্লা  (কাৰ্যকৰী ) : 20জুলাই 1969 -24 আগষ্ট 1974
ফকুৰুদ্দিন আলি আহমেদ   : 24 আগষ্ট 1974 –    11 ফেব্ৰুৱাৰী 1977
বী. ডী. জাত্তী (কাৰ্যকৰী )  : 11 ফেব্ৰুৱাৰী 1977-25 জুলাই 1977
নীলম সঞ্জীৱ ৰেড্ডী : 25 জুলাই 1977 – 25 জুলাই 1982
জ্ঞানী জাইল সিংহ : 25জুলাই 1982- 25জুলাই 1987
আৰ ভেংকটৰমন : 25 জুলাই 1987 -25 জুলাই 1992
ডাঃ শংকৰ দয়াল শর্মা : 25জুলাই 1992 – 25জুলাই 1997
কে.আৰ. নাৰায়ণ : 25জুলাই 1997-25 জুলাই 2002
এ. পী. জে.আব্দুল কালাম   : 25 জুলাই 2002 – 25 জুলাই 2007
শ্ৰী মতী প্ৰতিভা দেৱী সিং পাতিল :  25 জুলাই 2007- 25জুলাই 2012
প্ৰণৱ মুখাৰ্জী   :  25 জুলাই 2012 — 25 জুলাই 2017

 

শ্ৰী ৰাম নাথ কোবিন্দ :   25 জুলাই 2017 ৰ পৰা  বৰ্তমানলৈ   ।

Leave a Reply