ভাৰতৰ ৰাষ্ট্ৰপতি
ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথমজন নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যদাত অসী ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মূৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত।
ভাৰতৰ প্ৰথম জন ৰাষ্ট্ৰপতিৰ পৰা বৰ্তমানলৈকে ক্ৰমান্বয়ে :
ডাঃৰাজেন্দ্ৰ প্ৰসাদ : 26জানুৱাৰী 1950 -13 মে 1962
ডাঃএচ ৰাধাকৃষ্ণন : 13 মে 1962- 13মে 1967
ডাঃ জাকিৰ হুছেইন : 13 মে 1967 – 3 মে 1969
ভি.ভি গিৰি (কাৰ্যকৰী ) : 3 মে 1969 – 20 জুলাই 1969
এম.হেদায়তুল্লা (কাৰ্যকৰী ) : 20জুলাই 1969 -24 আগষ্ট 1974
ফকুৰুদ্দিন আলি আহমেদ : 24 আগষ্ট 1974 – 11 ফেব্ৰুৱাৰী 1977
বী. ডী. জাত্তী (কাৰ্যকৰী ) : 11 ফেব্ৰুৱাৰী 1977-25 জুলাই 1977
নীলম সঞ্জীৱ ৰেড্ডী : 25 জুলাই 1977 – 25 জুলাই 1982
জ্ঞানী জাইল সিংহ : 25জুলাই 1982- 25জুলাই 1987
আৰ ভেংকটৰমন : 25 জুলাই 1987 -25 জুলাই 1992
ডাঃ শংকৰ দয়াল শর্মা : 25জুলাই 1992 – 25জুলাই 1997
কে.আৰ. নাৰায়ণ : 25জুলাই 1997-25 জুলাই 2002
এ. পী. জে.আব্দুল কালাম : 25 জুলাই 2002 – 25 জুলাই 2007
শ্ৰী মতী প্ৰতিভা দেৱী সিং পাতিল : 25 জুলাই 2007- 25জুলাই 2012
প্ৰণৱ মুখাৰ্জী : 25 জুলাই 2012 — 25 জুলাই 2017
শ্ৰী ৰাম নাথ কোবিন্দ : 25 জুলাই 2017 ৰ পৰা বৰ্তমানলৈ ।