পশু-পক্ষী – বিশ্বৰ সকলোতকৈ সৰু চৰাই | কি জন্তু এ দুখ পালে মানুহৰ নিচিনা কান্দে

পশু-পক্ষীৰ জ্ঞান :

 

বিশ্বৰ তীব্র গতি যোৱা পক্ষী কোনটো


◆ বিশ্বৰ তীব্র গতি যোৱা পক্ষী কোনটো ?
    ডক হাক ।
 
 
◆ বিশ্বৰ সকলোতকৈ সৰু চৰাই কোনটো আৰু       ইয়াক কত পোৱা যায় ?
    হামিং বাৰ্ড , কেউবা ।

◆ বিশ্বৰ সকলোতকৈ মাত  মাতিব পৰা পক্ষী কোনটো ?
    প্ৰভুল  নামৰ ভাটৌ আফ্ৰিকাত পোৱা যায় ।

 
◆ বিশ্বৰ সমলতকৈ ডাঙৰ পক্ষী কোনটো ?
   উটপক্ষী ।
 
 
◆ বিশ্বৰ কোনটো পক্ষীয়ে হাতীৰ দৰে বিশাল    জন্তুক উৰুৱাই লৈ গৈছিল ?
ওকাৱ পক্ষী (ৰুচ) ।

 
◆বিশ্বৰ কলা ৰঙৰ হাঁহ কত পোৱা যায় ?
   অষ্ট্ৰেলিয়া ।
 
 
 
◆ বিশ্বৰ সকলোতকৈ সুন্দৰ পক্ষী কি আৰু কত পোৱা যায় ?
  স্বৰ্গৰ পক্ষী , ইউৰোপত পোৱা যায় ।
 
 
◆ বিশ্বৰ সকলোতকৈ ভয়ানক পক্ষী কি ?
   কোচুৱাৰী বাৰ্ড , (অষ্ট্ৰেলিয়া )।
 
 
◆ বিশ্বৰ কোনটো পক্ষী সকলোতকৈ বেছিকৈ উৰিব পাৰে ?
আৰ্কটিক তৰ্ন পক্ষী ।
 
 
◆বিশ্বৰ কোনবিধ চিৰাই পোষ্ট মেনৰ কাম কৰে?
  পাৰ চৰাই ।
 
 
◆ বিশ্বৰ কোনটো পক্ষীয়ে বহু দূৰ -দূৰলৈ নিজৰ চিকাৰ দেখা পাই ?
    ৱাজ ।

 

 
◆সকলোতকৈ তীব্ৰ গতিত যাব পৰা জন্তুটোৰ নাম কি ?
   ছিতা ,৬০কি:মি/ঘণ্টা ।
 
 
◆ কি জন্তু এ দুখ পালে মানুহৰ নিচিনা কান্দে ?
  ভালুক ।



 
◆ কি জন্তু এ বিপদ আহিলে নিজৰ কেঁচুৱা তোক নিজৰ পেটৰ মনাত সোমাই লৈ ?
কেঙ্গাৰু ।

 
◆সকলোতকৈ বেছি বছৰ জীয়াই থকা প্ৰাণী কোনটো ?
     কাছ । 



সকলোতকৈ বেছি বছৰ জীয়াই থকা প্ৰাণী কোনটো

 

 
◆কি বেকুলি এ উৰিব পাৰে ?
ৰাকুফুৰচ ।



◆ কি জন্তুৱে মাত নলগাই ?
   জিৰাফ ।



◆কি জন্তুৰ গাত সাধাৰন গুলি পৰিলে একো নহয় ?
  গঁড় । 

 

◆ কি জন্তু এ  চকু বন্ধ কৰি সকলো দেখা পায় ?
  উট ।

Leave a Reply