অন্তৰিক্ষ – বিশ্বৰ কি ঠাইত সূৰ্য টো সেউজীয়া দেখা যায় | পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব

অন্তৰিক্ষৰ কিছু কথা


 সূৰ্যৰ ৰশ্মি

 

★ চন্দ্ৰত প্ৰথম যোৱা অন্তৰিক্ষ যাত্ৰী আৰু জান খনৰ নাম কি ?
   নীল আৰ্মষ্ট্ৰং , এডুইন এলড্ৰিন , মাইকেল কলিন্স ।  ২১জুলাই ১৯৬৯ , এপল ১১ , আমেৰিকা ।
 
 
★ বিশ্বৰ কি ঠাইত সূৰ্য টো সেউজীয়া দেখা যায় ?
  এণ্টাৰ্তিকা ।
 
 
 
★ সূৰ্যৰ ৰশ্মি পৃথিৱীত কিমান দেৰিকৈ পৰে ?
   ৮মিনিট ২২চেকেণ্ড ।
 
 
 
★ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?
২২,২৩,৮৮৫০
 
★কোন খন নগৰত দুই মাহ দিন হৈ থাকে?
   হেমৰ ফাষ্ট ।
 
 
★পৃথিৱীৰ কোন খন ঠাইত ছয় মাহ ছয় দিন আৰু ছয় মাহ ছয় ৰাতি হয় ?
উত্তৰ আৰু দক্ষিণ মেৰুত ।
 
 
★পৃথিৱীৰ কি ঠাইত দিন ৰাতি সমান হয় ?
বিষুৱ ৰেখাত ।
 
★ পৃথিৱীৰ কোন ঠাইত ৫ টা সূৰ্য্ দেখা যায় ?
চীনৰ চিংগ  নাইংগ  চোং চহৰত ।
 
★ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান ?
    ১৪৯.৮ মিলিয়ন কি:মি ।
 
★ বিশ্বৰ সৰ্বাধিক বৰষুণ কত হৈ ?
  চেৰাপুঞ্জী , মেঘালয় ।
 
 
★ অন্তৰিক্ষত প্ৰথম দুৰ্ঘটনা  কেতিয়া হৈছিল ?
   ১৯৬৭চনত , আমেৰিকাৰ যাত্ৰীৰ মৃত্যু ।
 

 

★ প্ৰথম ভাৰতীয় অন্তৰিক্ষ যাত্ৰী কোন?
      ৰাকেশ শৰ্মা । 
 
 
 
★চন্দ্ৰৰ পৰা পৃথিৱীৰ কোন খন ঠাই স্পষ্টকৈ দেখা পায় ?
চীনৰ দুৱাৰ ।
 
 
 
★ মংগল গ্ৰহত সহজে নামিব  পৰা অন্তৰিক্ষ যান কোন খন ?
   বাকিংগ আমেৰিকা ।
 
 
 
 
◆ কোন খন ঠাইত ৰাতি ১২ টা বজাত কিছু সময়ৰ বাবে সূৰ্য্ উদয় হয় ।
  নৰৱেত ।

 

    

Leave a Reply