লোকসভাৰ আসন | লোকসভা নিৰ্বাচন 2024 – Lok Sabha seats state wise

লোকসভা আসন সংখ্যা | বৰ্তমান ভাৰতৰ লোকসভাৰ আসন কিমান | ভাৰতৰ লোকসভাৰ আসন কিমান | বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন | অসমত লোক সভাৰ আসন কিমান |অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা |অসমৰ লোকসভা সমষ্টিৰ নাম |অসমৰ লোকসভা সমষ্টিৰ নাম আৰু নম্বৰ | অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ |  lok sabha seat in all state | lok sabha seats in assam 2023 | 7 no guwahati lok sabha constituency | assam lok sabha | lok sabha seats state wise | how many lok sabha constituency in assam

লোকসভাৰ আসন

লোকসভা নিৰ্বাচনৰ ভাৰতবৰ্ষৰ সকলো ৰাজ‍্য সমূহৰ লোকসভাৰ আসন :

ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে ।

বৰ্তমান লোকসভাত ৫৪৫ জন সদস্য আছে।

 ২০১৯ চনলৈকে ভাৰতত মুঠ ১৮ খন লোকসভা গঠিত হৈছে ।

বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ঔম বিৰলা। ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।

সকলো ৰাজ্য সমূহৰ সমষ্টিৰ তালিকা  : 

 

১/অসম : 

lokosabha total seat

লোকসভা নিৰ্বাচনৰ অসমৰ সমষ্টি সমূহৰ তালিকা :

সৰ্ব মুঠ অসমত ১৪ টা লোকসভা সমষ্টি আছে ।

১/কৰিমগঞ্জ:

১.ৰাতাবাৰী(অনুসূচিত জাতি), ২.পাথাৰকাণ্ডি, ৩.কৰিমগঞ্জ উত্তৰ, ৪.কৰিমগঞ্জ দক্ষিণ, ৫.বদৰপুৰ, ৬.হাইলাকান্দি, ৭.কটলীছেৰা, ৮.আলগাপুৰ |

২/শিলচৰ :

১.সোণাই, ২.শিলচৰ ৩.ধলাই (অনুসূচিত জাতি) ৪.উধাৰব্ণ্ড ৫.লখিপুৰ ৬.বৰখোলা ৭.কাতিগড়া ।

৩/ডিফু:

১.হাফলঙ(অনুসূচিত জনজাতি) ২.বোকাজান(অনুসূচিত জনজাতি) ৩.হাওৰাঘাট(অনুসূচিত জনজাতি) ৪.ডিফু(অনুসূচিত জনজাতি) ৫.বৈঠালাংছু(অনুসূচিত জনজাতি) ।

৪/ধুবুৰী:

১.মানকাছাৰ ২.শ’লমৰা দক্ষিণ ৩.ধুবুৰী ৪.গৌৰীপুৰ ৫.গোলকগঞ্জ ৬.বিলাসীপাৰা পশ্চিম, ৭.বিলাসীপাৰা পূব ৮.গোৱালপাৰা পূব ৯.গোৱালপাৰা পশ্চিম ১০.জলেশ্বৰ |

৫/কোকোৰাঝৰ:

1.গোসাইগাঁও 2.কোকোৰাঝাৰ পশ্চিম (অনুসূচিত জনজাতি) 3.কোকোৰাঝাৰ পূব (অনুসূচিত জনজাতি) 4.ছিদলী (অনুসূচিত জনজাতি) 5.বিজনী 6.সৰভোগ 7.ভৱানীপুৰ 8.তামোলপুৰ 9.বৰমা (অনুসূচিত জনজাতি) 10.চাপাগুৰি (অনুসূচিত জনজাতি) ।

৬/বৰপেটা:

নাই1.বঙাইগাঁও 2.অভয়াপুৰী উত্তৰ 3.অভয়াপুৰী দক্ষিণ 4.বৰপেটা 5.পাটছাৰকুছি 6.জনীয়া 7.বাঘবৰ 8.সৰুক্ষেত্ৰী 9.চেঙা 10.ধৰ্মপুৰ ।

৭/গুৱাহাটী :

1.দুধনৈ (অনুসূচিত জনজাতি) 2.বকো (অনুসূচিত জাতি) 3.ছয়গাঁও 4.পলাশবাৰী 5.জালুকবাৰী 6.দিছপুৰ 7.গুৱাহাটী পূব, 8.গুৱাহাটী পশ্চিম, 9.হাজো, 10.বৰক্ষেত্ৰী ।

৮/মঙ্গলদৈ:

1.কমলপুৰ 2.ৰঙিয়া 3.নলবাৰী 4.পানেৰী 5.কলাইগাঁও 6.ছিপাঝাৰ 7.মঙ্গলদৈ (অনুসূচিত জাতি) 8.দলগাঁও 9.ওদালগুৰি (অনুসূচিত জনজাতি) 10.মাজবাট ।

৯/তেজপুৰ:

1.ঢেকীয়াজুলি 2.বৰচলা 3.চতিয়া 4.তেজপুৰ 5.গহপুৰ 6.বিশ্বনাথ 7.ৰঙাপাৰা 8.বিহালী 9.বিহপুৰীয়া ।

১০/নগাঁও:

1.জাগীৰোড(অনুসূচিত জাতি) 2.মৰিগাঁও 3.লাহৰীঘাট, 4.ৰহা (অনুসূচিত জাতি), 5.নগাঁও 6.বঢ়মপুৰ 7.যমুনামুখ 8.হোজাই 9.লামডিং ।

১১/কলিয়াবৰ:

1.ধিং 2.বটদ্ৰৱা 3.ৰূপহীহাট 4.চামগুৰি 5.কলিয়াবৰ 6.সৰুপথাৰ 7.বোকাখাট 8.গোলাঘাট 9.খুমটাই 10.ডেৰগাঁও(অনুসূচিত জাতি) ।

১২/যোৰহাট :

1.যোৰহাট, 2.তিতাবৰ, 3.মৰিয়নি, 4.টিয়ক, 5.আমগুৰি, 6.নাজিৰা, 7.মাহমৰা, 8.সোণাৰি 9.থাওৰা, 10.শিৱসাগৰ ।

১৩/ডিব্ৰুগড়  :

1.মৰাণ, 2.ডিব্ৰুগড়, 3.লাহোৱাল, 4.দুলিয়াজান, 5.টিংখং 6.নাহৰকটীয়া, 7.তিনিচুকীয়া, 8.ডিগবৈ, 9.মাৰ্ঘেৰিটা ।

১৪/লক্ষীমপুৰ  :

১.মাজুলী (অনুসূচিত জনজাতি), ২.নাওবৈচা, ৩.লক্ষীমপুৰ, ৪.ঢকুৱাখানা(অনুসূচিত জনজাতি), ৫.ধেমাজী(অনুসূচিত জনজাতি), ৬.জোনাই(অনুসূচিত জনজাতি), ৭.চাবুৱা, ৮.ডুমডুমা, ৯.শদিয়া ।

 

২/অন্ধ্ৰ প্ৰদেশ : 

 

 সৰ্ব মুঠ অন্ধ্ৰ প্ৰদেশ  ২৫ টা লোকসভা সমষ্টিআছে ।

লোকসভা নিৰ্বাচনৰ অন্ধ্ৰ প্ৰদেশ সমষ্টি সমূহৰ তালিকা :

১/ আৰাকু  ।২/ শ্ৰীকাকুলাম ।৩/ভিজিয়ানাগাৰম ।৪/ ভিচকপাটনাম ।৫/অনাকঁপালি ।৬/কাকিনাদা ।৭/আমালপুৰাম ।৮/ৰাজাহামুণ্ডৰি ।৯/নাৰাশাপূৰাম ।১০/ইলুৰু ।১১/মাছিলিপাটনাম ।১২/বিজয়ৱদা ।১৩/গুনতুৰ ।১৪/নৰাচাৰপেট ।১৫/বাপাতালা। ১৬/অঙ্গলে ।১৭/নাঁদ্যাল ।১৮/কুৰ্ণল ।১৯/আনটাপুৰ ।২০/হিন্দু পুৰ ।২১/ কাদাপা ।২২/নেলোৰে ।২৩/তিৰূপাতি ।২৪/ৰাজমপেট ।২৫/চিতৰ ।

৩/অৰুণাচল প্ৰদেশ :

 

লোকসভা নিৰ্বাচনৰ অৰুণাচল প্ৰদেশৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ  অৰুণাচল প্ৰদেশত ২ টা লোকসভা সমষ্টি আছে  ।

১/পশ্চিম অৰুণাচল ।

২/পূৱ অৰুণাচল ।

৪/বিহাৰ :

লোকসভা নিৰ্বাচনৰ বিহাৰৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ বিহাৰৰ  ৪০ টা লোকসভা সমষ্টি আছে  ।

১/বালমিকি নগৰ ।

২/পশ্চিম চম্পাৰণ ।

৩/ পুৰবি চম্পাৰণ  ।

৪/ চেওসাৰ ।

৫/ চিতামাৰহি ।

৬/মধুৱানী  ।

৭/জসঞ্চাৰপুৰ ।

৮/ চুপাউল ।

৯/আৰিয়া ।

১০/কিচনগঞ্জ ।

১১/কাতিহাৰ  ।

১২/পূৰ্ণিয়া  ।

১৩/ মধেপুৰ  ।

১৪/ দাৰভাঙা ।

১৫/মোজাফৰপুৰ ।

১৬/ভৈশালী ।

১৭/গোপালগঞ্জ ।

১৮/শিৱন ।

১৯/মহাৰাজগঞ্জ ।

২০/ চাৰান ।

২১/ হাজীপুৰ ।

২২/ উজিয়াৰপুৰ ।

২৩/ সামস্তিপুৰ ।

২৪/ বেগুছাৰী ।

২৫/ খাগাৰীয়া ।

২৬/ ভাগলপুৰ ।

২৭ / বানকা ।

২৮/ মুনগেৰ ।

২৯/ নালন্দা ।

৩০/ পাটনা সহিব ।

৩১/  পাতালিপুত্ৰ ।

৩২/ আৰহ ।

৩৩/ বুসাৰ ।

৩৪/ চাচাৰাম ।

৩৫/ কাৰাতাক ।

৩৬/ জাহানাবাদ ।

৩৭/ অৰুঙাবাদ ।

৩৮/ গায়া ।

৩৯/ নাৱদা ।

৪০/ জামুই

 

vote

 

৫/ছত্ৰীগঢ় :

লোকসভা নিৰ্বাচনৰ  ছত্ৰীগঢ়ৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ ছত্ৰীগঢ়ৰত  ১১টা লোকসভা সমষ্টিআছে  ।

১/ ছাৰাগুজা ।

২/ ৰাজগড় ।

৩/ জানজগিৰ ।

৪/ কৰবা ।

৫/ বিলাছপুৰ।

৬/ ৰাজনাদ গাঁও ।

৭/ দুৰ্গ ।

৮/ ৰাইপুৰ ।

৯ / মহাচামুণ্ড ।

১০ / বাছতাৰ ।

১১/ কানকেৰ ।

৬/গোৱা  : 

লোকসভা নিৰ্বাচনৰ  গোৱা  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ গোৱা ত ২ টা লোকসভা সমষ্টিআছে  ।

১/  উত্তৰ গোৱা ।

২/ দক্ষিণ গোৱা ।

৭/গুজৰাট : 

লোকসভা নিৰ্বাচনৰ  গুজৰাটৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ গুজৰাটৰ  ২৬ টা লোকসভা সমষ্টিআছে  ।

১/ কাছচাহ ।

২/ বানাছকান্থ ।

৩/ পাতানা ।

৪/ মাহেশ্বনা ।

৫/ চাবৰকণ্ঠ ।

৬/ গান্ধীনগৰ ।

৭/  পূৱ আহমেদাবাদ ।

৮/ পশ্চিম আহমেদাবাদ ।

৯/ চুৰেনদ্ৰনগৰ ।

১০/ ৰাজকত ।

১১/ পৰাবানদাৰ ।

১২/ জামনগৰ ।

১৩/ জুনাগাধ ।

১৪/ আমৰেলি ।

১৫/ ভৱনগৰ ।

১৬/ অনন্দ ।

১৭/ খেদা ।

১৮/ পানসমাল ।

১৯ / দাসদ ।

২০/ ভাডদ্র‍্য ।

২১/ ছটা উদয়পুৰ ।

২২/ ভৰুচ ।

২৩/ বাৰদলি ।

২৪/ চুৰাত ।

২৫/ নাৱসাৰী ।

২৬/ ভালচাদ ।

 

৮/হাৰিয়ানা :

লোকসভা নিৰ্বাচনৰ  হাৰিয়ানাৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ হাৰিয়ানাৰ  ১০টা লোকসভা সমষ্টিআছে  ।

১/ আমবলা ।

২/ কুৰুক্ষেত্ৰ ।

৩/ চিৰচা ।

৪/ হিচাৰ ।

৫/ কৰ্ণাল ।

৬/ চনিপাত ।

৭/ ৰোহতাক ।

৮ / ভিৱানী-মহেন্দ্ৰ গঢ় ।

৯/গুড়গাঁও ।

১০/ ফেৰিদাবাদ ।

৯/হিমাচল প্ৰদেশ :

লোকসভা নিৰ্বাচনৰ  হিমাচল প্ৰদেশৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ হিমাচল প্ৰদেশৰ  ৪টা লোকসভা সমষ্টিআছে  ।

১/ কানগ্ৰা ।

২/ মন্দি ।

৩/ হামিৰপুৰ ।

৪/চিমলা ।

১০/ জম্মু-কাশ্মীৰ : 

লোকসভা নিৰ্বাচনৰ  জম্মু আৰু কাশ্মীৰ ৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ জম্মু আৰু কাশ্মীৰৰ  ৬টা লোকসভা সমষ্টিআছে  ।

১/বাৰামূলা ।

২/শ্ৰীনগৰ ।

৩/ অনানটাং ।

৪/লাদাস ।

৫/ উদামপুৰ ।

৬/ জম্মু ।

১১/ঝাড়খণ্ড : 

লোকসভা নিৰ্বাচনৰ  ঝাড়খণ্ড ৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ ঝাড়খণ্ডৰ  ১৪টা লোকসভা সমষ্টিআছে  ।

১/ৰাজমহল ।

২/দুমকা ।

৩/ গদা ।

৪/ চাটৰা ।

৫/ কদৰাম ।

৬/ গীৰধী ।

৭/ ধনবাদ ।

৮/ ৰানচি ।

৯/ জামছেদপুৰ ।

১০/সিংহভূম ।

১১/ খুনটি ।

১২/ লোহাৰদাগা ।

১৩/ পালামু ।

১৪/হাজাৰিবগহ ।

১২/কৰ্ণতাক :

লোকসভা নিৰ্বাচনৰ  কৰ্ণতাকৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ কৰ্ণতাকৰ  ২৮টা লোকসভা সমষ্টিআছে  ।

১/চিকদি ।

২/ বেলাগভী ।

৩/ বাগালকত ।

৪/বীজাপুৰ ।

৫/ কালাবুৰাগী ।

৬/ ৰাইচোৰ ।

৭/ বিদাৰ ।

৮/ কোপ্পাল ।

৯/ বেলাৰী ।

১০/ হাভেৰি ।

১১/ ধাৰৱাদ ।

১২/ উত্তৰা কানাডা ।

১৩/ ডাৱনগীৰে  ।

১৪/ শিমহগা ।

১৫/ উদুপি চিকমাগালুৰ ।

১৬ / হাচান ।

১৭/ দাক্ষিণা কানাডা ।

১৮/ চিত্ৰদুৰ্গা ।

১৯/ টুমকুৰ ।

২০/ মানদয় ।

২১/ মিছৰ ।

২২/ চামাৰাজানগৰ ।

২৩/  বেংগলৰ  ৰুৰেল ।

২৪/ উত্তৰ বেংগলৰ ।

২৫/ বেংগলৰ চেণ্ট্ৰেল ।

২৬/ দক্ষিণ বেংগলৰ ।

২৭/ চিকবালাপুৰ ।

২৮/ কলাৰ ।

 

১৩/কেৰেলা :

লোকসভা নিৰ্বাচনৰ  কেৰেলাৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ কেৰেলাৰ  ২০টা লোকসভা সমষ্টিআছে  ।

১/ কাছাৰাগদ ।

২/ কানুৰ ।

৩/ভতাকাৰ।

৪/ ৱায়নাদ ।

৫ / কোজিকদে ।

৬/ মালাপুৰাম  ।

৭/ পোনানি ।

৮/ পালাকাৰ।

৯ / আলঠুৰ ।

১০/ থ্ৰীচুৰ ।

১১/ চালাকুদ্য ।

১২/ এমকোলাম ।

১৩/ ইডুক্কি ।

১৪/ কট্টয়াম ।

১৫/ আলাপপুঝা ।

১৬/ মাভেলিকাৰা ।

১৭/ পাঠনামঠিতা ।

১৮/ কলাম ।

১৯/ অতীঙ্গল ।

২০/ থিৰুবুনাণ্ঠপুৰাম ।

 

১৪/মাধ্য প্ৰদেশ :

লোকসভা নিৰ্বাচনৰ  মাধ্য প্ৰদেশৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ মাধ্য প্ৰদেশৰ  ২৯টা লোকসভা সমষ্টিআছে  ।

১/মৰেনা।

২/ ভিন্দ ।

৩/ গৱালিওৰ  ।

৪/ গুণা ।

৫/ চাগাৰ ।

৬/ তিকামগঢ়।

৭/ দামোহ ।

৮/ খাজোৰাহ ।

৯/ ছাঁটনা।

১০/ ৰেৱা ।

১১/ সিদ্ধি ।

১২/ চাহাদল ।

১৩/ জাবলপুৰ ।

১৪/ মাণ্ডলা ।

১৫/ বালাঘাত ।

১৬/চীনাদ্বাৰা ।

১৭/ সচাংগাবাদ  ।

১৮/ ৱিদিশা ।

১৯/ ভূপাল ।

২০/ ৰাজগড় ।

২১/ দেৱাচ ।

২২/ উজ্জীন  ।

২৩/ মানদচাউৰ ।

২৪/ ৰাতলাম ।

২৫/ ধাৰ ।

২৬/ ইন্দোৰে ।

২৭/ খৰ্গনে ।

২৮/ খণ্ডৱে ।

২৯/ বেটুল ।

১৫/মহাৰাষ্ট্ৰ  : 

লোকসভা নিৰ্বাচনৰ  মহাৰাষ্ট্ৰৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ মহাৰাষ্ট্ৰৰ  ৪৮টা লোকসভা সমষ্টিআছে  ।

১/ নানদূৰবাৰ ।

২/ ধুলে ।

৩/ জালগাও ।

৪/ ৰাৱেৰ ।

৫/ বুলধানা ।

৬/ একোলা ।

৭/ আমাৰাভাতি ।

৮/ ৱাৰধা ।

৯/ ৰামতেক ।

১০/ নাগপুৰ ।

১১/ ভাণ্ডাৰা-গণদিয়া ।

১২/ গডচিৰলী -চিমুৰ ।

১৩/ চন্দ্ৰপুৰ ।

১৪/ য়াভাতমাল-ৱেশিম ।

১৫/ হিংলী ।

১৬/ নন্দেদ ।

১৭/ পাৰভনী ।

১৮/ জালনা ।

১৯/অৰুগাবাদ ।

২০/দিনদৰি ।

২১/ নাসিক।

২২/ পালঘৰ ।

২৩/ ভিৱানীদি ।

২৪/ কল্যান

২৫/ খানে ।

২৬/ উত্তৰ মুম্বাই ।

২৭/ উত্তৰ-পশ্চিম মুম্বাই ।

২৮/ উত্তৰ -পূৱ মুম্বাই ।

২৯/ উত্তৰ মুম্বাই   চেণ্ট্ৰেল ।

৩০/ দক্ষিণ মুম্বাই চেণ্ট্ৰেল ।

৩১/ দক্ষিণ মুম্বাই ।

৩২/ ৰাজগড় ।

৩৩/ মাৱল ।

৩৪/ পোনে ।

৩৫/ বাৰামাটি ।

৩৬/ শিৰোৰ ।

৩৭/ আহমেদনগৰ ।

৩৮/ শ্বিৰ্ডি ।

৩৯/ বীদ ।

৪০/ উষ্মণবাদ ।

৪১/ লাটোৰ ।

৪২/ চলাপুৰ ।

৪৩/ মাধা ।

৪৪/ চানগিল ।

৪৫/ চত্বৰা ।

৪৬/ ৰত্নগিৰী-সিন্ধুদুৰ্গ।

৪৭/ কলহাপুৰ ।

৪৮/ হাটকানাগেল ।

১৬/মণিপুৰ  :

লোকসভা নিৰ্বাচনৰ  মণিপুৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ মণিপুৰ  ২টা লোকসভা সমষ্টিআছে  ।

১/ ইনেৰ মণিপুৰ।

২/ ঔটেৰ মণিপুৰ ।

১৭/মেঘালয়া : 

লোকসভা নিৰ্বাচনৰ  মেঘালয়াৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ মেঘালয়াৰ  ২টা লোকসভা সমষ্টিআছে  ।

১/ শ্বিলঙ ।

২/ তুৰা ।

১৮/মিজোৰাম  :

লোকসভা নিৰ্বাচনৰ  মিজোৰামৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ মিজোৰামৰ  ১টা লোকসভা সমষ্টিআছে

১ / মিজোৰাম ।

১৯/নাগালেণ্ড :

লোকসভা নিৰ্বাচনৰ  নাগালেণ্ডৰ  সমষ্টি সমূহৰ  তালিকা :

* সৰ্ব মুঠ নাগালেণ্ডৰ  ১টা লোকসভা সমষ্টিআছে  ।

১/নাগালেণ্ড ।

 

২০/উৰিষ্যা : 

লোকসভা নিৰ্বাচনৰ  উৰিষ্যা সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ উৰিষ্যা  ২১টা লোকসভা সমষ্টিআছে  ।

১/ বাৰগড় ।

২/ সুন্দৰগড় ।

৩ / সম্বলপূৰ ।

৪/ কেওনঝাড় ।

৫/ ময়ূৰভনী ।

৬/ বালাছৰে ।

৭/ ভাৰদ্বাৰক ।

৮/ জয়পুৰ ।

৯/ ঢেংকানাল ।

১০/ বলানগীৰ ।

১১/ কালাসন্দি।

১২/ নাবাৰংপুৰ।

১৩/ কান্ধমাল ।

১৪/ কত্বক ।

১৫/ কেন্দ্ৰপাৰা।

১৬/ জাগষ্টিংপুৰ ।

১৭/ পুৰি ।

১৮/ ভুবেনেশ্বৰ ।

১৯/ অস্কা ।

২০/ বেৰামপুৰ  ।

২১/ কৰাপুত ।

 

২১/পাঞ্জাৱ :

লোকসভা নিৰ্বাচনৰ  পাঞ্জাৱৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ পাঞ্জাৱৰ  ১৩টা লোকসভা সমষ্টিআছে  ।

১/গুড়ডাছপুৰ ।

২/ অমৃৎসৰ ।

৩/ খাদৰ সহিব ।

৪/ জালান্ধাৰ ।

৫/ হশীৰপূৰ ।

৬/ আনন্দপুৰ চাহিব।

৭/ লুদহিয়ানা ।

৮/ ফাটেহগড় চাহিব ।

৯/ ফাৰিকত ।

১০/ ফিৰোজপুৰ ।

১১/ বাৎসিন্দা ।

১২/ সংগৰুৰ ।

১৩/ পাতিয়াল ।

 

২২/ৰাজস্থান :

লোকসভা নিৰ্বাচনৰ  ৰাজস্থানৰ সমষ্টি সমূহৰ তালিকা :

 সৰ্ব মুঠ ৰাজস্থানৰ  ২৫টা লোকসভা সমষ্টিআছে  ।

১/ গঙ্গানগৰ ।

২/ বিকানেৰ ।

৩/চৰো।

৪/ঝুন ঝুন ।

৫/ চিকাৰ ।

৬/ জয়পুৰ ৰুৰেল

৭/জয়পুৰ ।

৮/ অলৱাৰ ।

৯/ভাৰতপুৰ ।

১০/ কাৰাউলি -ঢলপুৰ ।

১১/ দাওচা ।

১২/ টংক – চাৱাই মাধপুৰ ।

১৩/ আজমেৰ ।

১৪/ নাগাওঁৰ ।

১৫/ পালি ।

১৬/ যোধপুৰ ।

১৭/ বাৰমেৰ ।

১৮/ জালৰে ।

১৯/ উদয়পুৰ ।

২০/ বানশ্বৰা ।

২১/ চিত্তৰগড় ।

২২/ ৰাজসমণ্ড ।

২৩/ ভিলৱাৰা ।

২৪/ কটা ।

২৫/ ঝালাৱাৰ- বাৰান ।

 

২৩/চিকিম :

লোকসভা নিৰ্বাচনৰ  চিকিমৰ সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ চিকিমৰ  ১টা লোকসভা সমষ্টিআছে  ।

১/ চিকিম ।

 

২৪/তামিল নাডু :

লোকসভা নিৰ্বাচনৰ  তামিল নাডুৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ তামিল নাডুৰ  ৩৯ টা লোকসভা সমষ্টিআছে  ।

১/ থিৰুৱালোৰ ।

২/ উত্তৰ চেন্নাই ।

৩/ দক্ষিণ চেন্নাই ।

৪/ চেন্নাই চেণ্ট্ৰেল ।

৫/ শ্ৰীপেৰুমবুদাৰ ।

৬/কেঞ্চেপুৰাম ।

৭/ আৰাকণাম ।

৮/ ভেলোৰে ।

৯/ কৃষ্ণগিৰী ।

১০/ ধাৰামপুৰী ।

১১/ তিৰোৱনামালাই ।

১২/ আৰাণী ।

১৩/ ভিলুপুৰাম ।

১৪/ কালাকুৰোচি ।

১৫/ চালেম ।

১৬/ নামক্কাল ।

১৭/ এৰদে ।

১৮/ তিৰূপোৰ ।

১৯/ নিলগিৰিছ ।

২০/ চৈম্বাটোৰে।

২১/ পাল্লাসহি ।

২২/ দিনদীগোল ।

২৩/ কাৰোৰ  ।

২৪/ তিৰোচিৰাপ্পালি ।

২৫/ পেৰামবালুৰ ।

২৬/ চূড়ডালোৰে ।

২৭/ চিডম্বৰম  ।

২৮/ মায়িলাডুতুৰাই ।

২৯/ নাগাপত্তিনাম ।

৩০/ ঠাঞ্জাভুৰ ।

৩১/ ছিভাগঙ্গা ।

৩২/ মাদুৰাই ।

৩৩/ ঠেনি ।

৩৪/ ভীৰুধুনাগাৰ ।

৩৫/ ৰামন্থপুৰাম ।

৩৬/ থোঠুকুদ্দি ।

৩৭/ টেনকাচি ।

৩৮/ তিৰোনেলভেলী ।

৩৯/কন্যাকুমাৰী ।

 

২৫/তেলঙ্গানা : 

লোকসভা নিৰ্বাচনৰ  তেলঙ্গানাৰ   সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ তেলঙ্গানাৰ   ১৭টা লোকসভা সমষ্টিআছে  ।

১/ আদিলাবাদ ।

২/ পেড্ডাপালে ।

৩/ কৰিমনাগৰ  ।

৪/ নিজামবাদ ।

৫/ জাহিৰাবাদ ।

৬/ মেডাক ।

৭/ মালাককাজগিৰী ।

৮/ চেকুণ্ডাৰবাদ।

৯/হায়দৰাবাদ ।

১০/ চেভেলা ।

১১/ মাহবোৱনাগৰ ।

১২/ নাগাৰকুৰ্ণল ।

১৩/ নালগুণ্ডা ।

১৪/ ভংগীৰ ।

১৫/ ৱাৰঙ্গল ।

১৬/ মহাবুবাবাদ ।

১৭/খামম ।

 

২৬/ত্ৰিপুৰা :

লোকসভা নিৰ্বাচনৰ  ত্ৰিপুৰাৰ   সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ ত্ৰিপুৰাৰ   ২টা লোকসভা সমষ্টিআছে  ।

১/ পশ্চিম ত্ৰিপুৰা ।

২/পূৱ ত্ৰিপুৰা ।

 

২৭/ উত্তৰ প্ৰদেশ :

লোকসভা নিৰ্বাচনৰ  উত্তৰ প্ৰদেশৰ   সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ উত্তৰ প্ৰদেশৰ   ৮০টা লোকসভা সমষ্টিআছে  ।

১/ চাহাৰণপুৰ ।

২/ কাইৰাণা ।

৩/মোজাফৰণাগাৰ ।

৪/ বিজনৰ ।

৫/ নাগিনা।

৬/মৰাডাবদ ।

৭/ ৰামপুৰ ।

৮/ সম্ভাল

৯/আমৰোহা ।

১০/ মেৰুত ।

১১/ বাঘপাত ।

১২/  ঘজিবাদ ।

১৩/ গৌতম বুদ্ধ নগৰ ।

১৪/ আগৰা।

১৫/ আলিগড় ।

১৬/ সাঁথৰছ ।

১৭/ মথুৰা ।

১৮/ আগ্ৰা ।

১৯/ ফাটেপুৰ চিকৰি ।

২০/ ফিৰোজাবাদ ।

২১/ মণিপুৰী ।

২২/ ইটাহ ।

২৩/ বাদাও ।

২৪/ ওনাল ।

২৫/ বাৰেইলয় ।

২৬/ পিলিভিত ।

২৭/ শ্বাহজাহানপুৰ ।

২৮/ খেৰি ।

২৯/ ঢৌৰাহাৰা ।

৩০/ চিতাপুৰ ।

৩১/ হাৰদৈ ।

৩২/ মিচিৰিখ ।

৩৩/ উন্নাও ।

৩৪/ মহানলালগঞ্জ  ।

৩৫/ লাকণো ।

৩৬/ ৰে বাৰেলি।

৩৭/ আমেথি ।

৩৮/ চুলতানপুৰ ।

৩৯/ প্ৰতাগড় ।

৪০/ফ্ৰৰুখাবাদ ।

৪১/ এটাৱাহ ।

৪২/ কান্নাউজ ।

৪৩ / কানপুৰ উৰ্বন ।

৪৪/ অকবাৰপুৰ ।

৪৫/ জালুন ।

৪৬/ ঝাঞ্চি ।

৪৭/ হামিৰপুৰ ।

৪৮/ বান্দা ।

৪৯/ ফাটেহপুৰ ।

৫০/কৌশাম্বী ।

৫১/ ফুলপুৰ ।

৫২/ এলাহাবাদ ।

৫৩/বাৰবানকি ।

৫৪/ ফাইজাবাদ ।

৫৫/আম্বেদকাৰ নগৰ ।

৫৬/ বাহৰাইছ।

৫৭/ কাইছেৰগঞ্জ ।

৫৮/ চৰাৱাষ্টি ।

৫৯/ গণ্ডা ।

৬০/ দোমাৰিয়াগঞ্জ ।

৬১/ ৱাষ্টি ।

৬২/ সন্তকবিৰ নগৰ ।

৬৩/ মাহাৰাগঞ্জ ।

৬৪/ গৰাসপুৰ ।

৬৫/ কুছিনগৰ ।

৬৬/ দেৰীয়া ।

৬৭/ বানছ গাঁও ।

৬৮/ লালগঞ্জ।

৬৯/ আজামগড় ।

৭০/ঘচি ।

৭১/ চালেমপুৰ ।

৭২/ বাল্লীয়ে ।

৭৩/ যাওনপুৰ ।

৭৪/ মাচহলিশহৰ ।

৭৫/ঘজীপুৰ ।

৭৬/ চাণ্ডুলি ।

৭৭/ ভাৰণসী ।

৭৮/ ভাদহি ।

৭৯/ মিৰ্জাপুৰ ।

৮০/ ৰবাৰ্টছগঞ্জ ।

২৮/উত্তৰ খণ্ড  :

লোকসভা নিৰ্বাচনৰ  উত্তৰ খণ্ডৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ উত্তৰ খণ্ডৰ    ৫টা লোকসভা সমষ্টিআছে  ।

১/খেৰি গড়ৱাল ।

২/ গড়ৱাল ।

৩/ আলমৰা ।

৪/ নাইনিতাল – উধামসিংহ নগৰ ।

৫/ হাৰিদুৱাৰ ।

২৯/ পশ্চিম বংগ :

লোকসভা নিৰ্বাচনৰ  পশ্চিম বংগৰ  সমষ্টি সমূহৰ তালিকা :

* সৰ্ব মুঠ পশ্চিম বংগৰ    ৪২টা লোকসভা সমষ্টিআছে  ।

১/ কোচ বিহাৰ ।

২/ অলিপুৰদোৱাৰ ।

৩/জলপাইগুৰি ।

৪/ দাৰ্জিলিং ।

৫/ ৰাইগঞ্জ ।

৬/ বালুৰঘাট ।

৭/ মালদাহ উত্তৰ ।

৮/ মালদাহ দক্ষিণ ।

৯/ জংগীপুৰ ।

১০/ বাহাৰামপুৰ ।

১১/ মুৰ্ছিদাবাদ ।

১২/ কৃষ্ণণগৰ ।

১৩/ ৰানাঘট ।

১৪/ বেংগণ ।

১৫/ বাৰছকপুৰ ।

১৬/  দুম দুম ।

১৭/ বৰ্ষত ।

১৮/ বাসীৰহাত ।

১৯/ জায়নগৰ ।

২০/মথুৰাপুৰ ।

২১/ ডাইমণ্ড হাৰবোৰ ।

২২/ জাদাৱপুৰ ।

২৩/ দক্ষিণ কলকাতা ।

২৪/ উত্তৰ কলকাতা ।

২৫/ হাৱৰাস ।

২৬/ উলুবেৰীয়া ।

২৭/ চেৰামপুৰ ।

২৮/ সগলি ।

২৯/ আৰামবাগ ।

৩০/ তামলুক ।

৩১/ কণ্ঠী ।

৩২/ ঘাঁটাল  ।

৩৩/ ঝাড়গ্ৰাম ।

৩৪/ মেদিনীপুৰ ।

৩৫/ পুৰুলীয়া ।

৩৬/ বানকুৰা ।

৩৭/ বিষ্ণুপুৰ ।

৩৮/ বার্ধমান পূৰ্ব ।

৩৯/ বার্ধমান-দুৰ্গাপূৰ ।

৪০/আচঞ্চল ।

৪১/ বলপুৰ ।

৪২/বিৰভূম  ।

 

Leave a Reply