মানৱ বিজ্ঞান – মানুহৰ শৰীৰ হৃদযন্ত্ৰটো  এক মিনিটোত কিমান বাৰ স্পন্দিত হয় , মানুহৰ মস্তিস্কটৰ ওজন কিমান পাউণ্ড

মানৱ বিজ্ঞান

 
মানুহৰ সৰ্ব মুঠ হাড়
 
◆ মানুহৰ শৰীৰ হৃদযন্ত্ৰটো  এক মিনিটোত 72   বাৰ স্পন্দিত হয় ।


◆ মানুহৰ শৰীৰ যিবিলাক নাৰীৰ এ তেজ চলাচল কৰে তাক ধমণি বোলে ।


◆ মানুহৰ শৰীৰত 98.4 ডিগ্ৰী ফেৰেনহাইট  তাপ থাকে ।
 
◆ মানুহৰ মস্তিস্কটৰ ওজন 3 পাউণ্ড ।


◆ মানুহে উশাহত অক্সিজেন গেছ লয় ।


◆ মানুহে নিশাহত কাৰ্বন ডাই অক্সিইড এৰে।


◆তেজৰ ৰঙা কণিকা  কম হলে এনোমীয়া  ৰোগ হয় ।


◆মানুহৰ শৰীৰত তেজৰ মূখ্য কাম হৈছে কোষত               অক্সিজেন যোগান ধৰা ।


◆এইডচৰ বীজানুৰ আবিষ্কাৰক হৈছে লক মতিনিয়ৰ ।


◆ মানুহৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অংগ হল যিকৃত ।


◆  মানুহৰ শৰীৰৰ হৃদযন্ত্ৰ টো 24ঘণ্টাত 130689  বাৰ স্পন্দিত হয় ।


◆মানুহৰ সৰ্ব মুঠ 206ডাল হাড় থাকে ।


◆ মানুহৰ লাওখোলাত 22ডাল হাড় থাকে ।


◆ এজন স্বাস্থ্য ৱান ব্যক্তিৰ শৰীৰত 5ৰ পৰা 6 লিটাৰ তেজ থাকে ।


◆ আমাৰ মাজৰ আঙুলি আৰু বুঢ়া আঙুলিৰ নখ সকলোতকৈ লেহেম গতিত বাঢ়ে ।


◆আমাৰ মূৰটো চুলিৰ সংখ্যা এক লাখৰ পৰা দহ লাখলৈ থাকে । প্ৰতি মাহে 1/2 ইঞ্চিকৈ দীঘল হৈ ।
 

Leave a Reply