ভৌগোলিক জ্ঞান – বছৰৰ  আটাইতকৈ দীঘল দিন | চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব | বিশ্বৰ সকলোতকৈ ডাঙৰ  সাগৰ

ভৌগোলিক জ্ঞান

21মাৰ্চ আৰু 23 ছেপ্টেম্ব

 

★বছৰটোৰ 21মাৰ্চ আৰু 23 ছেপ্টেম্বৰত দিন ৰাতি সমান হয় ।

★বছৰটোৰ 21 জুনৰ দিনটো  আটাইতকৈ দীঘল ।     আৰু আটাইতকৈ চুটি দিনটো 22 ডিচেম্বৰ ।

★সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ প্ৰায় 8 মিনিট সময় লগে ।

★ চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব প্রায় 2,40,000 মাইল ।

★মহাদ্বীপ :  আফ্ৰিকা , এণ্টাৰ্তিকা (মানৱ বিহীন ), এছিয়া (সৰ্বাধিক জনসংখ্যা), অষ্ট্ৰেলিয়া  (নিম্নতম জনসংখ্যা ), ইউৰোপ , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা ।

★বিশ্বৰ সকলোতকৈ ডাঙৰ  সাগৰ : প্ৰশান্ত  মহাসাগৰ  (বিশ্বৰ সকলোতকৈ ডাঙৰ ), আতলাণ্টিকা মহাসাগৰ , হিন্দু মহাসাগৰ ,  ভূমধ্য সাগৰ , দক্ষিণ চীন সাগৰ , বোৰিংগ সাগৰ , কৰেবিয়ন সাগৰ , মেক্সিকোৰ খুড়ী , উখুস্তক  সাগৰ , পূৰ্ব চীন সাগৰ , পীত সাগৰ ,  জাপান সাগৰ ,  উত্তৰ সাগৰ , কালা সাগৰ  ।

★বিশ্বৰ প্ৰসিদ্ধ মৰুভূমি : চাহাৰা (উত্তৰ আফ্ৰিকা ), লিবিয়ন (উত্তৰ আফ্ৰিকা ), অষ্ট্ৰেলিয়ন , আৰবিয়ান (আৰব প্ৰায় দ্বীপ ) ,গোবি , তকলা মাকাণ , কাৰাকুম (দক্ষিণ তুৰ্কীস্তান ,ৰুচ), থৰ ( উত্তৰ পশ্চিম ভাৰত) ।

 

Leave a Reply