চলচিত্ৰ জগত

চলচিত্ৰ জগতৰ বহুতো জানিব লগীয়া কথা  

 

চলচিত্ৰ

 

বিশ্বৰ সর্বপ্ৰথম চলচিত্ৰ কোন খন

 

প্ৰঃ বিশ্বৰ সর্বপ্ৰথম চলচিত্ৰ কোন খন ?
উঃ লাইট অফ নিউয়ৰ্ক ,আমেৰিকা 1931 ।
প্ৰঃ  ভাৰতৰ সৰ্বপ্ৰথম চলচিত্ৰ খনৰ নাম কি?
উঃ   ৰজা হৰিচন্দ্ৰ ।
প্ৰঃ ভাৰতৰ সৰ্ব প্ৰথম চলচিত্ৰ কেতিয়া আৰু কত
প্ৰদৰ্শিত হৈছিল ?
উঃ  7জুলাই , 1896 চনৰ মুম্বাইৰ বাটহংস
হোটেলত  সৰ্বপ্ৰথম চিনেমা প্ৰদৰ্শিত হৈছিল ।
প্ৰঃ  ভাৰতৰ সৰ্বপ্ৰথম চলচিত্ৰৰ ৰেকৰ্ড কৰা গান     টো কি আছিল ?
উঃ দে দে খুদা কে নাম পিয়াৰে, তাকত হেগৰ     দেনে কী (চলচিত্ৰ আলমআৰা)।
প্ৰঃ ভাৰতৰ সৰ্বাধিক চলা চলচিত্ৰ খনৰ নাম কি?
উঃ চোলে , মিৰ্ণবা টকীজ ( মুম্বাই) ।
প্ৰঃ ভাৰতৰ চলচিত্ৰত প্ৰথম বাল্য অভিনেতা কোন আছিল ?
উঃ বালচিন্দ্ৰ (হৰিচন্দ্ৰ )
প্ৰঃ প্ৰথম ভাৰতৰ চলচিত্ৰৰ প্ৰথম অভিনেতা কোন আছিল ?
উঃ  ডী.ডী. ভানকে আৰু চালুংক।
প্ৰঃ বিশ্বৰ সকলোতকৈ ডাঙৰ চলচিত্ৰ ঘৰ কোনটো?
উঃ নিউয়ৰ্ক ৰেডিও চিটি মিউজিক হল ।
অসমীয়া চলচিত্ৰ
জ্যোতি প্ৰসাদ আগৰৱালা

প্রঃ অসমৰ প্রথম বোলছবি কোনখন ?

          উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ  ‘জয়মতী’ (১৯৩৫ চন)।
প্রঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
 উঃ  জ্যোতি প্ৰসাদ আগৰৱালা।।                    

 

 প্রঃ প্রথম অসমীয়া চলচিত্ৰ ঘৰৰ নাম কি ?
 উঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত  ‘চিত্ৰবন’।
প্রঃ প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী  কোন ?
উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
প্রঃ প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ?
উঃ ড০ বেজবৰুৱা।
প্রঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উঃ আইদেউ সন্দিকৈ।
প্রঃ প্রথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?
উঃ ইটো সিটো বহুতো।
প্রঃ প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?
উঃ অবুজ বেদনা।
প্রঃ জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্ৰ কোনখন ?
উঃ ইন্দ্ৰ মালতি (১৯৩৯)।
প্রঃ প্রথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী  কোন ?
উঃ আইদেউ সন্দিকৈ। 

Leave a Reply