পশ্চিম কাৰ্বি আংলং জিলা

পশ্চিম কাৰ্বি আংলং জিলাৰ সংক্ষিপ্ত বিৱৰণ : 

পশ্চিম কাৰ্বি আংলং

প্রধানকৈ কাৰ্বি জনজাতিৰ লোকৰ বসতিৰ বাবেই জিলা খনৰ নাম কাৰ্বি আংলং হয় । । অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। কাৰ্বি আংলং জিলাক ২০১৬  চনত  দুভাগত বিভক্ত কৰি হামৰেণ মহকুমাক লৈ পশ্চিম কাৰ্বি আংলং জিলানামেৰে এখন নতুন জিলাৰ গঠন কৰা হয়।
জিলা খনৰ চাৰি সীমা :
উত্তৰে :নগাঁও, মৰিগাঁও আৰু হোজাই জিলা ।
দক্ষিনে : মেঘালয় আৰু ডিমা হাচাও জিলা ।
পূৱে : হোজাই জিলা ।
পশ্চিমে: মেঘালয় ।
*পশ্চিম কাৰ্বি আংলং জিলাৰ মহকুমা হৈছে হামৰেন ।
জিলা খনৰ মাজেৰে যোৱা নৈ-উপনৈ সমূহ হৈছে
কপিলী , বৰাপানী , আমৰিং , উমিয়াম ।
জিলা খনৰ প্ৰধান শিল্প উদ্যোগ হৈছে  বাঁহ-বেতৰ সঁজুলি , চূণ শিল আদি ।
  *৫২নং ৰাষ্ট্ৰীয় ঘাই পথ এ এই জিলা খন চুই গৈছে ।
*জিলা খনৰপ্ৰচলিত ভাষা:
কাৰ্বি ভাষী লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও বড়ো, কুকি, অসমীয়া আৰু আইটন ভাষাৰ প্ৰচলন আছে।

Leave a Reply