চৰাইদেউ জিলা

notun pohor

চৰাইদেউ নামৰ উৎপত্তি তাই ভাষাৰ চে-তাম-ডয় পৰা হৈছে ।‌ যাৰ অৰ্থ আছিল পাহাৰৰ প্ৰাদদেশৰ চহৰ (চে=চহৰ, তাম=প্ৰাদদেশ, ডয়=পাহাৰ)।‌ এই চে-তাম-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে  ।  আহোম সকলে এসময়ত ৰংপুৰৰ পৰা ৰাজধানী তুলি নি চৰাইদেউত পাতিছিল । চৰাইদেউ ঠাই খন আহোম স্বৰ্গদেউ সকলৰ মৈদামৰ বাবে বিখ্যাত ।২০১৫ চনৰ ১৫ আগষ্টত শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলা ৰূপে ঘোষণা কৰে। জিলাখনৰ সদৰ স্থান সোনাৰী। জিলা খনৰ মহকুমা চৰাইদেউ ।
চৰাইদেউ জিলাৰ উত্তৰ দিশে আছে ডিব্ৰুগড় জিলা, দক্ষিণে অৰুণাচল প্ৰদেশ , পূৱে ডিব্ৰুগড় জিলা আৰু পশ্চিমে শিৱসাগৰ জিলা । 
জিলা খনৰ প্ৰধান পৰ্যটন স্থল

notun pohor

                  আহোম ৰজাৰ পৰিয়ালৰ মৈদাম ।
৩৭ নং ঘাই পথ এ জিলা খন অতিক্ৰম কৰিছে ।  জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে  টিফুক, দিচাং , টিয়ক , দৰিকা , চফ্ৰাই আদি । 

Leave a Reply