উকা দুচকুৰে আছুতীয়া বাটেৰে
শুকুলা এজাক দাৱৰ নামে মই চমকো
কপাহী চাদৰৰ সেমেকা আচলখনে
মাতে আওঁখি টো জোনাককে মই চমকো
ঊষাহৰে গহনা তোমাৰে ছবিতে আবিৰ সানো
প্ৰানতে তুমি অংকিতা দুচকুত তোমাক আঁকো
ঊষাহৰে গহনা তোমাৰে ছবিতে আবিৰ সানো
প্ৰানতে তুমি অংকিতা দুচকুত তোমাক আঁকো
তুমি দিলা দিলা দিলা ঠিকনা
অ’হ’ জিয়া জিয়া জিয়া বাসনা
মোৰ হেঙুলিয়া মনে তোমাতে
পাৰে সেউজীয়া প্ৰেমৰ বতৰা
Music
দিলা দিলা দিলা ঠিকনা
দূৰণিৰে আকাশৰে জিলিকা তৰা
কাষৰতে আহি ৰ’লে হি মই চমকো
পৰসৰ উমতেই কিজানো মায়া সনা
উকা ৰাতিতে ফুলে কেতেকী মই চমকো
দুবাহুৰ প্ৰখাৰিলে সৃষ্টিৰ আকুল হেপাহ নামে
উৰি যায় মন বল আকাশ তোমাৰে সপোন আঁকে
তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাস সানা
হিয়াৰে বসুন্ধৰা তোমাতেই মতলীয়া
তুমি দিলা দিলা দিলা ঠিকনা
অ’হ’ জিয়া জিয়া জিয়া বাসনা
মোৰ হেঙুলিয়া মনে তোমাতে
পাৰে সেউজীয়া প্ৰেমৰ বতৰা
Music
দিলা দিলা দিলা ঠিকনা