চলচিত্ৰ জগতৰ বহুতো জানিব লগীয়া কথা
প্ৰঃ বিশ্বৰ সর্বপ্ৰথম চলচিত্ৰ কোন খন ?
উঃ লাইট অফ নিউয়ৰ্ক ,আমেৰিকা 1931 ।
প্ৰঃ ভাৰতৰ সৰ্বপ্ৰথম চলচিত্ৰ খনৰ নাম কি?
উঃ ৰজা হৰিচন্দ্ৰ ।
প্ৰঃ ভাৰতৰ সৰ্ব প্ৰথম চলচিত্ৰ কেতিয়া আৰু কত
প্ৰদৰ্শিত হৈছিল ?
উঃ 7জুলাই , 1896 চনৰ মুম্বাইৰ বাটহংস
হোটেলত সৰ্বপ্ৰথম চিনেমা প্ৰদৰ্শিত হৈছিল ।
প্ৰঃ ভাৰতৰ সৰ্বপ্ৰথম চলচিত্ৰৰ ৰেকৰ্ড কৰা গান টো কি আছিল ?
উঃ দে দে খুদা কে নাম পিয়াৰে, তাকত হেগৰ দেনে কী (চলচিত্ৰ আলমআৰা)।
প্ৰঃ ভাৰতৰ সৰ্বাধিক চলা চলচিত্ৰ খনৰ নাম কি?
উঃ চোলে , মিৰ্ণবা টকীজ ( মুম্বাই) ।
প্ৰঃ ভাৰতৰ চলচিত্ৰত প্ৰথম বাল্য অভিনেতা কোন আছিল ?
উঃ বালচিন্দ্ৰ (হৰিচন্দ্ৰ )
প্ৰঃ প্ৰথম ভাৰতৰ চলচিত্ৰৰ প্ৰথম অভিনেতা কোন আছিল ?
উঃ ডী.ডী. ভানকে আৰু চালুংক।
প্ৰঃ বিশ্বৰ সকলোতকৈ ডাঙৰ চলচিত্ৰ ঘৰ কোনটো?
উঃ নিউয়ৰ্ক ৰেডিও চিটি মিউজিক হল ।

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)।
প্রঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
উঃ জ্যোতি প্ৰসাদ আগৰৱালা।।
প্রঃ প্রথম অসমীয়া চলচিত্ৰ ঘৰৰ নাম কি ?
উঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত ‘চিত্ৰবন’।
প্রঃ প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন ?
উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
প্রঃ প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ?
উঃ ড০ বেজবৰুৱা।
প্রঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উঃ আইদেউ সন্দিকৈ।
প্রঃ প্রথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?
উঃ ইটো সিটো বহুতো।
প্রঃ প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?
উঃ অবুজ বেদনা।
প্রঃ জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্ৰ কোনখন ?
উঃ ইন্দ্ৰ মালতি (১৯৩৯)।
প্রঃ প্রথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী কোন ?