পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু ৰাজধানীৰ নাম
দেশ | ৰাজধানী | মুদ্ৰা |
ৰাছিয়া | মস্কো | ৰুবল |
জাপান | টকিঅ’ | য়েন |
চীন | বেইজিং | ইউয়ান |
টাইৱান | টাইপেই | নিউ টাইৱান ডলাৰ |
উত্তৰ কোৰিয়া | পিয়াংয়াং | ৱন |
দক্ষিণ কোৰিয়া | সিয়োল | ৱন |
দেশ | ৰাজধানী | মুদ্ৰা |
তাজিকিস্তান | দুশানবে | সোনামি |
কিৰগিজস্তান | বিষ্কেক | কিৰগিজস্তানি সোম |
কজাখস্তান | নুৰ চুলতান | তেংগে |
উজবেকিস্তান | তাস্কান্ত | উজবেকিস্তান সোম |
৫/তুৰ্কমেনিস্তান | অশগবাত | তুৰ্কমেনিস্তানি মানাত |
দেশ | ৰাজধানী | মুদ্ৰা |
নেপাল | কাঠমাণ্ডু | নেপালেচ |
ভূটান | থিম্ফু | ৰূপী |
ভাৰত | নিউ দিল্লী | ইণ্ডিয়ান ৰূপী |
বাংলাদেশ | ঢাকা | টকা |
পাকিস্তান | ইছলামাাবাদ | পাকিস্তানী ৰূপী |
আফগানিস্তান | কাবুল | আফগান/আফগানি |
শ্ৰী লংকা | কলম্বো | শ্ৰী লংকা ৰূপী |
মালদ্বীপ | মালে | মালদ্বীপিয় ৰুফিয়া |
দেশ | ৰাজধানী | মুদ্ৰা |
স্পেইন | মেড্ৰিড | ইউৰো |
ইউনাইটেড কিংডম | লণ্ডন | পাউণ্ড ষ্টাৰ্লিং |
ফিনলেণ্ড | হেলছিনকি | ইউৰো |
নৰৱে | ওশ্লো নৰৱেজিয়ন | ক্ৰোন |
ডেনমাৰ্ক | কপেঁনহেগন | ডেনিচ |
জাৰ্মানী | বাৰ্লিন | ইউৰো |
গ্ৰীচ | এথেন্স | ইউৰো |
অষ্ট্ৰিয়া | ভিয়েন্না | ইউৰো |
বেলজিয়াম | ব্ৰুছেলছ | ইউৰো |
বেলাৰুচ | মিনস্ক | বেলাৰুচিয়ান ৰুবল |
ক্ৰোএচিয়া | জাগ্ৰেব ক্ৰোএচিয়ান | কুনা |
চেক ৰিপাব্লিক | প্ৰাগ | কৰিনা |
ফ্ৰান্স | পেৰিছ | ইউৰো |
হাংগেৰী | বোদাপেষ্ট | হাংগেৰীআন ফোৰিন্ত |
আয়াৰলেণ্ড | ডবলিন | ইউৰো |
ইটালী | ৰোম | ইউৰো |
নেডাৰলেণ্ড | আমষ্টাৰডাম | ইউৰো |
পৰ্তুগাল | লিছবন | ইউৰো |
ৰাছিয়া | মস্কো | ৰাছিয়ান ৰুবল |
ছুইডেন | ষ্টকহম | ক্ৰোনা |
লিচেনষ্টাইন | ভেদুজ | চুইচ ফ্ৰাঞ্চ |
পোলেণ্ড | ৱাৰসা | ঝ্লটি |
ৰোমানিয়া | বোচাৰেষ্ট | ৰোমানিয়ান লেও |
চেৰবিয়া | বেলগ্ৰদ | চেৰবিয়ান দেনান |
চুইজাৰলেণ্ড | বাৰ্ন | চুইছ ফ্ৰাঞ্চ |
ইউক্ৰেইন | কীব | ৰিবনিয়া |
বুলগেৰিয়া | ছফিয়া | লেব |
উত্তৰ আমেৰিকা:
দেশ | ৰাজধানী | মুদ্ৰা |
কানাডা | অত্বাৱা | কানাডিয়ান ডলাৰ |
ইউ এছ এ | ৱাশ্বিংটন ডি চি | ইউ এছ ডলাৰ |
মেক্সিকো | মেক্সিকো চিটি | মেক্সিকান পেচো |
গুৱেটামালা | গুৱেটামালা চিটি | গুৱেটামালা কুৱেটজল |
নিকাৰাগুআ | মনগুৱা | নিকাৰাগুআ কাৰ্ডোবা |
পানামা | পানামা চিটি | বালব’য়া, ডলাৰ |
কিউবা | হাভানা | কিউবান পেচো |
দা বাহামাছ | নাছাও | বহামীয়ন ডলাৰ |
৯/ জামাইকা | কিংষ্টন | জামাইকান ডলাৰ |
দক্ষিণ আমেৰিকা:
দেশ | ৰাজধানী | মুদ্ৰা |
আৰ্জেণ্টিনা | বুয়েনছ | আয়াৰ্ছ পেছ |
পেৰু | লিমা | পেৰুভিয়ান চল |
চিলে | ছান্টিয়াগো | চিলেআন পেচো |
ব্ৰাজিল | ব্ৰাচিলিয়া | ব্ৰাজিলিয়ান ৰিয়েল |
উৰুগুৱে | মন্টেভিডিঅ’ | উৰুগুৱেৰ পেচো |
বলিভিয়া | লাপাজ | বলিভিয়ানো |
কলোম্বিয়া | বগোটা | কলোম্বিয়ান পেচো |
ইকুৱেডৰ | কুইটো | ইউ এছ ডলাৰ |
গুয়ানা | জৰ্জটাউন | গিয়ানিজ ডলাৰ |
চুৰিনাম | পাৰামাৰিবো | চুৰিনামীজ ডলাৰ |
ভেনিজুৱেলা | কাৰাকাছ | ভেনিজুৱেলাৰ বলিভাৰ |
দেশ | ৰাজধানী | মুদ্ৰা |
কেনিয়া | নাইৰোবি | কেনিয়ান শ্বিলিং |
লাইবেৰিয়া | মনৰোভিয়া | লাইবেৰিয়ান ডলাৰ |
লিবিয়া | ত্ৰিপুলি | লিবিয়ান ডিনান |
মাদাগাস্কাৰ | আন্টানানাৰিভো | মালাগাছি এৰিয়াৰী |
মালি | বামাকো | চি এফ এ ফ্ৰাংক |
মৰিচাছ | পোৰ্ট লুইছ | মৰিচাছ ৰূপী |
মৰক্কো | ৰাবাত | মৰক্কোৰ দিৰহাম |
মোজাম্বিক | মাপুটো | মোজাম্বিকৰ মেটিকেল |
নাইজেৰিয়া | আবুজা | নাইৰা |
দক্ষিণ আফ্ৰিকা | প্ৰিট’ৰিয়া | ৰেণ্ড |
চুডান | খাৰ্টুম | চুডানীজ পাউণ্ড |
দক্ষিণ চুডান | জুবা | দক্ষিণ চুডানীজ পাউণ্ড |
উগাণ্ডা | কাম্পালা | উগাণ্ডান শ্বিলিং |
অষ্ট্ৰেলিয়া | কেনবেৰা | অষ্ট্ৰেলিয়ান ডলাৰ |
ফিজি | সুভা | ফিজি ডলাৰ |
কিৰিবাটি | তাৰাৱা | অষ্ট্ৰেলিয়ান ডলাৰ |
নিউজিলেণ্ড | ৱেলিংটন | নিউজিলেণ্ড ডলাৰ |