প্র: জুইশলা বাকচটোত কি লগােৱা থাকে?
উ: জুইশলা বাকচত ৰেড ফচফৰাচ লগোৱা
থাকে।
প্ৰ: কুৱাত কি ঔষধ দিয়া হয়?
উ: পটেছিয়াম পাৰমেংগানেট বা ব্লিচিং পাউদাৰ।
প্ৰ: খোৱা পানীত কি গেছ মিহলাই দিয়া হয়?
উ: নাইট্রজেন গেছ।
প্ৰ : মানুহৰ চকুৰ পানীত কি পােৱা যায় ?
উ : চোডিয়াম ক্লৰাইড ।
প্ৰ: নকল সােণ কাক কোৱা হয়?নকল সােণ কাক কোৱা হয়?
উ: আয়ৰণ অক্সাইডক।
প্ৰ: বিজুলী হিটাৰত কি ধাতুৰ তাৰ থাকে?
উ: নাইক্ৰমৰ তাৰ।
প্ৰ: বাল্বৰ ফিলামেন্ট ডাল কি ধাতুৰে তৈয়াৰী?
উ: টাংস্টেন ধাতুৰে।
প্ৰ : পানীত কি কি গেছ থাকে?
উ: হাইড্রজেন আৰু অক্সিজেন।
প্ৰ: সূর্যৰ পােহৰত কেইটা ৰং থাকে?
উ: সাতটা।
প্ৰ : সকলােতকৈ কোমল ধাতু কি?
উ: সোন ।
প্ৰ: পোহৰৰ গতিবেগ কিমান?
উ: ৩ লাখ কিলােমিটাৰ প্রতি চেকেণ্ড ।
প্ৰ : শব্দেৰ গতিবেগ কিমান ?
উ: ৩৩২ মিটাৰ প্রতি চেকেণ্ড।
প্ৰ : সন্ধ্যা তৰা কোনটো গ্ৰহক কোৱা হয় ?
উ: শুক্ৰগ্ৰহক ।
প্ৰ : কোনটো ৰাসায়নিক পদাৰ্থ পানীত দিলে
জ্বলি উঠে ?
উ: চ’ডিয়াম ।
প্ৰ : সকলোতকৈ বিষাক্ত পদাৰ্থ কোনটো ?
উ : ৰেডিয়াম ।
প্ৰ : আমাৰ পৃথিৱী খন কিমান গতিবেগেৰে
ঘুৰে ?
উ: ১৮০০কিলোমিটাৰ প্ৰতি ঘণ্টাত ।
প্ৰ : ক’ত দিনত তৰা দেখা পোৱা যায় ?
উ : অন্তৰিক্ষত ।
প্ৰ : চন্দ্ৰ গ্ৰহণ বছৰত কেইবাৰ হয় ?
উ : তিনি বাৰ পর্যন্ত ।
প্ৰ : কি গেছ শুঙিলে মানুহ হাছিয়াই থাকে ?
উ : নাইট্ৰচ অক্সাইড শুঙিলে ।
প্ৰ : ৰেড ষ্টাৰ কোনটো গ্ৰহক কোৱা হয় ?
উ : মঙ্গল গ্ৰহক কোৱা হয় ।
প্ৰ : পাতৰ ৰঙ সেউজীয়া কিয় হয় ?
উ : ক্লৰ’ফিলৰ কাৰণে ।
প্ৰ : উৰা জাহাজৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ
নাম কি ?
উ : হোকুমিটাৰ ।