ভাৰতৰ প্ৰথম –
পুৰস্কাৰ প্ৰাপ্তসকল
ভাৰতৰত্ন বঁটা বিজয়ী
: চি. ৰাজাগোপালাচাৰী (১৯৫৪)
পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰী
: নাৰ্জীছ দত্ত (১৯৫৮)
: নাৰ্জীছ দত্ত (১৯৫৮)
দাদা চাহেব ফাল্কে বঁটা বিজয়ী
: দেৱীকা ৰাণী (১৯৬৯)
: দেৱীকা ৰাণী (১৯৬৯)
মহাকাশচাৰী
পুৰুষ মহাকাশচাৰী
: ৰাকেশ শৰ্মা (১৯৮৪)
মহিলা মহাকাশচাৰী
: ড° কল্পনা চাওলা (১৯৯৭)
: ড° কল্পনা চাওলা (১৯৯৭)
প্ৰথম চলচ্চিত্ৰ
: ৰজা হৰিচন্দ্ৰ (১৯৩১)
প্ৰথম আই.এ.এছ বিষয়া
: সত্যেন্দ্ৰ নাথ ঠাকুৰ ।
মহিলা আই.এ.এছ বিষয়া
: আন্না ৰাজন জৰ্জ ।
: আন্না ৰাজন জৰ্জ ।
প্ৰথম মহিলা এই.পি.এছ
: কিৰণ বেদী (১৯৭৪)
: কিৰণ বেদী (১৯৭৪)
অলিম্পিক
অলিম্পিকত সোণৰ পদক প্ৰাপ্ত প্ৰথম জন ভাৰতীয়
: অভিনৱ বিন্দ্ৰা (২০০৮)
প্ৰথম প্ৰধান মন্ত্ৰী
:পণ্ডিত জৱাহৰলাল নেহৰু(১৯৪৭-১৯৬৪)
প্ৰথম উপ-প্ৰধান মন্ত্ৰী : চৰ্দাৰ বল্লভভাই পেটেল ।(১৯৪৭-১৯৫০)
প্ৰথম মহিলা প্ৰধান মন্ত্ৰী : ইন্দিৰা গান্ধী ।
প্ৰথম ৰাষ্ট্ৰপতি
: ড° ৰাজেন্দ্ৰ প্ৰসাদ (১৯৫০-১৯৬২) ।
প্ৰথম মহিলা ৰাষ্ট্ৰপতি
: প্ৰতিভা দেৱী সিং পাটিল ।
: প্ৰতিভা দেৱী সিং পাটিল ।
ৰে’লৱে
: ভাৰতৰ প্ৰথম ৰে’ল যাত্ৰা মুম্বাইৰ পৰা থানেলৈ (৩৪ কি:মি:) ১৮৫৩ চনৰ ১৬ এপ্ৰিল ।