নিছলা আইৰে
আমি খাঁটি অসমীয়া
অসমী আইৰে আমি
ছােৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি মোহনিয়া।
খােপাত কপৌফুল, হাতত জেতুকাৰ বােল
ওঁঠত পৃখৰ বােল, সজোৱা বুলোৱা
বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যােৱা।
নিচলা… … …ধুনীয়া
কবিতাৰে মােহ ছন্দ পাহৰি পেলােৱা অ’ পাহৰি পেলোৱা
বিৰাষিণীৰ বেশ ধৰি অগনি জ্বলােৱা
বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যােৱা
নিচলা… … ধুনীয়া।