বানপানীৰ সুবিধা আৰু অসুবিধা সমূহ হল
বানপানীৰ সুবিধাসমূহ :
(i) ই মাটিক উৰ্বৰ কৰি তোলে ।
(ii) বানপানীয়ে মাটিত ঘাটি হোৱা পুষ্টিৰ যোগান ধৰে ।
বানপানীৰ অসুবিধাসমূহ :
(i) বানপানীৰ ফলত মানুহ আৰু পশুধনৰ মৃত্যু হ’ব পাৰে।
(ii) ই বিপুল পৰিমাণে খেতি-বাতি ধ্বংস কৰিব পাৰে ।
(iii) ই পানীক প্ৰদূষিত কৰে আৰু পানীৰ পৰা উদ্ভৱ হোৱা সংক্ৰামক ৰোগ বিয়পাব পাৰে ।
(iv) বানপানীয়ে নদীৰ দলং, যান-বাহন, ঘৰ-বাৰী, নলা-নৰ্দমা, বাট-পথ, জলসংযোগ ব্যৱস্থাৰ অনিষ্ট সাধন কৰে ।
(v) বানপানীয়ে জনসাধাৰণক আর্থিকভাৱে জুৰুলা কৰে ।
(vi) খোৱা পানীৰ নাটনি কৰে ।
লগতে চাওকঃ অসমৰ বানপানী আৰু গৰাখহনীয়া